ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Andhra Bus Tragedy । অন্ধ্ৰপ্ৰদেশত ট্ৰাকৰ সৈতে বাছৰ সংঘৰ্ষত নিহত, ১৪

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 26, 2026
Reading Time: 1 min read
A A
0
Andhra Bus Tragedy । অন্ধ্ৰপ্ৰদেশত ট্ৰাকৰ সৈতে বাছৰ সংঘৰ্ষত নিহত, ১৪

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

অন্ধ্ৰপ্ৰদেশত পুনৰ এখন (Andhra Pradesh Bus tragedy) যাত্ৰীবাহী বাছত অগ্নিকাণ্ড। বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ মাৰ্কাপুৰম জিলাত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এখন বাছত অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত বহু যাত্ৰীয়ে নামিবলৈ সুযোগে নাপালে। বাছখনৰ ভিতৰত আবদ্ধ হৈ কমেও ১৪ জন লোকৰ মৃত্যু হয়। আন ২৩ জন আহত হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।

Andhra Bus Tragedy ।
অন্ধ্ৰপ্ৰদেশত ট্ৰাকৰ সৈতে বাছৰ সংঘৰ্ষত নিহত, ১৪:

মাৰ্কাপুৰমৰ উপ-আৰক্ষী অধীক্ষক নাগাৰাজুৱে সংবাদ মাধ্যমৰ আগত কয়, “কমেও ৮ জন লোকৰ মৃত্যু হৈছে। ১৮ জন লোক আহত হৈছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।” অৱশ্যে স্থানীয় সূত্ৰ অনুসৰি, কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত তেলেংগানাৰ নিৰ্মলৰ পৰা অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰলৈ গৈ আছিল বাছখন। মাৰ্কাপুৰমৰ সমীপত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। ভিতৰত আবদ্ধ হৈ পৰে যাত্ৰীসকল।

বহুতে বাছখনৰ খিৰিকীৰ কাঁচ ভাঙি পলায়ন কৰিবলৈ সক্ষম হয় যদিও সেই মুহূৰ্তত সকলোকে উদ্ধাৰ কৰিব পৰা নগ’ল। বাছখনৰ জুই দ্ৰুতগতিত বিয়পি পৰে। ভিতৰত অগ্নিদগ্ধ হোৱাৰ ফলত বহু লোকৰ মৃত্যু হয়। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। লগতে আহতসকলৰ বাবে সম্ভৱপৰ সকলো চিকিৎসা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। তদুপৰি এই দুৰ্ঘটনা সন্দৰ্ভত এক পুংখানুপুংখ তদন্ত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

Tags: অন্ধ্ৰপ্ৰদেশত ট্ৰাকৰ সৈতেবাছৰ সংঘৰ্ষত নিহত১৪
Share4Tweet3Send

Related Posts

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

by News Desk
July 4, 2026
50
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

by News Desk
July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx