ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Assembly Elections 2026 : অসমৰ পৰা তামিলনাডুলৈ, এইবাৰ মহিলা ভোটাৰ ট্ৰাম্প কাৰ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
March 30, 2026
Reading Time: 1 min read
A A
0
Assembly Elections 2026 : অসমৰ পৰা তামিলনাডুলৈ, এইবাৰ মহিলা ভোটাৰ ট্ৰাম্প কাৰ্ড

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি এইবাৰৰ নিৰ্বাচন (Election)ত ‘মহিলা ভোটাৰ’ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক দলে সেয়েহে মহিলা ভোটাৰ (Female voter)ক প্ৰলোভিত কৰিবলৈ অতিৰিক্ত সুবিধা প্ৰদান কৰিছে। নতুন ভাট্টা আনিছে, দিছে বহু প্ৰতিশ্ৰুতি, যাতে তেওঁলোকে মহিলাৰ ভোট নিজৰ ফালে টানিব পাৰে। তামিলনাডু (Tamilnadu), পশ্চিমবংগ (West Bengal), অসম (Assam) আৰু কেৰালাই (Kerala) এই একে পথেৰে খোজ দিছে। বেংকলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰ (Transfer money to the bank) কৰাটো এতিয়া ৰাজ্যৰ ৰাজনীতিত এক পৰিচিত আৰ্হি। এই প্ৰত্যক্ষ ধন হস্তান্তৰক ৰাজনৈতিক দলসমূহে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি জ্ঞাত সূত্ৰই প্ৰকাশ কৰিছে।

তামিলনাডুৱে প্ৰস্তুত কৰিছে মহিলা ভোট বেংক। দ্ৰাবিড় মুনেত্ৰা কাঝাগমৰ নেতাগৰাকীয়ে ঘোষণা কৰে যে প্ৰতিমাহে মহিলাক ২০০০ টকা ভাট্টা (Allowance) প্ৰদান কৰা হ’ব। লগতে প্ৰতিমাহে অতিৰিক্ত বৃহৎ পৰিমাণৰ ধন গৃহিণীৰ বাবে দিয়া হ’ব। ফলত তামিলনাডুৰ ৰাজনীতিত মহিলাসকলে বিশেষ সুবিধা লাভ কৰিছে আৰু মহিলা ভোটাৰৰ ভোট একত্ৰিত হৈছে।

তামিলনাডুৰ শাসকীয় দলে ঘৰুৱা খৰচৰ বাবে প্ৰতিমাহে পৰিয়ালৰ মহিলাক ১০ হাজাৰ টকা প্ৰদান কৰিছে। ফলত ভোটৰ ফলাফল কি হ’ব সেয়া সহজেই অনুমান কৰিব পাৰি। ইফালে বিৰোধী দলে দাবী জনাইছে যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে প্ৰতিমাহে প্ৰতি ঘৰে ঘৰে ১০ হাজাৰ টকা অনুদান দিব। আৰু তাৰ লগতে চৰকাৰী পৰিবহণ সম্পূৰ্ণ বিনামূলীয়া কৰি তুলিব, যাতে সাধাৰণ মানুহ অলপ বেছি উপকৃত হয়। কেৱল সেয়াই নহয়, বিৰোধীয়ে লগতে দাবী জনাইছে যে চৰকাৰে ঘৰৰ বাবেও ইন্ধন যোগান ধৰিব আৰু মহিলাসকলক দিয়া ভাট্টা ২,০০০ টকাৰ সলনি ২৫০০ টকালৈ বৃদ্ধি কৰা হ’ব। লগতে তেওঁলোকৰ কন্যাৰ বিয়াৰ সময়ত গহনাও বিনামূলীয়াকৈ উপলব্ধ হ’ব।

women1 | ASSAM TIMES POST
অসমৰ পৰা তামিলনাডুলৈ, এইবাৰ মহিলা ভোটাৰ ট্ৰাম্প কাৰ্ড

পশ্চিমবংগৰ ছবিখনো একেধৰণৰ। প্ৰতিমাহে মহিলাক কিমান ভাট্টা দিব সেই সন্দৰ্ভত মূল দল দুটাৰ সৈতে মূল নিৰ্বাচনী প্ৰচাৰ চলি আছে। অন্নপূৰ্ণা যোজনাৰ জৰিয়তে মহিলাসকলক প্ৰতিমাহে ৩ হাজাৰ টকা দিয়া হ’ব বুলি দাবী জনাইছে বিজেপিয়ে। মূলতঃ গেৰুৱা শিবিৰে নিজৰ ঘৰতে ভোট আকৰ্ষণ কৰিবলৈ সেই নীতি গ্ৰহণ কৰিবলৈ ওলাইছে। ইফালে বংগৰ শাসকীয় দলে মহিলাক লক্ষ্মী ভাণ্ডাৰ দিছে, লগতে যুৱসতী প্ৰকল্পৰ অধীনত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক প্ৰতিমাহে ১৫০০ টকা দিছে। ভোটৰ বজাৰত লক্ষ্মী ভাণ্ডাৰৰ পৰিমাণ বৃদ্ধি কৰিছে শাসকীয় দলে।

আনহাতে, অসমত শাসকীয় বিজেপিৰ মহিলাসকলক লৈ মূল অস্ত্ৰ হৈছে অৰুণোদয় আঁচনি। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক একেলগে ৯ হাজাৰ টকাকৈ প্ৰদান কৰিছে। মাহিলি ১৫০০ টকাৰ পৰা পৰৱৰ্তী চৰকাৰৰ দিনত অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ লগতে অধিকসংখ্যক মহিলাক অৰুণোদয় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। একেদৰে আছে নিযুত মইনা আঁচনি, বিধৱা পেঞ্চন, অবিবাহিতা মহিলালৈ সাহায্য আঁচনি।

আনহাতে, মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰা মহিলাসকলক দিয়া হৈছে ৫০ হাজাৰ টকা। শাসকীয় দলটোৱে দাবী কৰিছে যে মহিলাসকলক নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এই আৰ্থিক সাহায্যৰ জৰিয়তে দেশৰ লগতে বিশ্বৰ মঞ্চত ৰাজ্যৰ হস্তশিল্প প্ৰদৰ্শনৰ প্ৰয়াস কৰা হৈছে। এনে নহয় যে অসমৰ শাসকীয় দলটোৱে মহিলা বেংকক পোনপটীয়াকৈ টকা নাই। ইয়াৰ উপৰি আত্মসহায়ক গোটৰ দৰে মহিলা গোটৰ সৃষ্টি কৰা হৈছে। ইয়াত মহিলাসকলে ঋণ লৈ ক্ৰমান্বয়ে কম সুতৰ হাৰত ঋণ পৰিশোধ কৰিব পাৰে।

অৱশ্যে কেৰালাই পোনপটীয়াকৈ ধন দিয়ালৈ যোৱা নাই যদিও স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া চিকিৎসা, চৰকাৰী পৰিবহণত ৰেহাই, বৃদ্ধ ভাট্টা আদি বিভিন্ন আঁচনি তালিকাত সংযোজন কৰিছে। মহিলাসকলৰ সামগ্ৰিক জীৱন যাতে সমৃদ্ধিশালী হয় তাৰ বাবে কেৰালা চৰকাৰে ব্যৱস্থা কৰিছে।

এই চাৰিখন ৰাজ্যত প্ৰায় ১০ কোটি মহিলাই লাভ কৰিছে নাৰীকেন্দ্ৰিক সুবিধা। অসমত ১.২ কোটি, তামিলনাডুত প্ৰায় ৩.১ কোটি, পশ্চিমবংগত এই সংখ্যা ৩.৭ কোটি আৰু কেৰালাত ৫১.২ কোটি । শতাংশ হিচাপত চালে ৰাজ্যখনৰ মুঠ ভোটাৰৰ প্ৰায় আধা। এতিয়া মহিলা ভিত্তিক এই আঁচনিবোৰে ৰাজনৈতিক দলবোৰক নিৰ্বাচনত কেনেদৰে সহায় কৰে সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Tags: womenvoter
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

by News Desk
July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

by News Desk
July 3, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx