ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra Police officer controversy : আপুনি বৰ ধুনীয়া, আপোনাৰ ছোৱালীও… আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক অসৎ আচৰণৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
April 2, 2026
Reading Time: 1 min read
A A
0
Maharashtra Police officer controversy : আপুনি বৰ ধুনীয়া, আপোনাৰ ছোৱালীও… আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক অসৎ আচৰণৰ অভিযোগ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

মহাৰাষ্ট্ৰৰ আকোলা জিলা (Akola district of Maharashtra)ৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ (Senior Police Officer) বিৰুদ্ধে উত্থাপিত এক অতি কুৎসিত অভিযোগে (Ugly accusation) অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত আৰক্ষী বিষয়াজনৰ নাম ৰাজেশ যাদৱ। তেওঁ আকোলাত সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই) হিচাপে কৰ্মৰত আছিল। অভিযোগ উত্থাপন হৈছে যে এটা গোচৰৰ তদন্তৰ সময়ত আৰক্ষী জোৱানজনে অভিযুক্ত এগৰাকী মহিলাক নিজৰ কন্যাক পঠিয়াবলৈ দাবী জনাইছিল। বিনিময়ত তেওঁ মহিলাগৰাকীক টকাৰে প্ৰলোভিত কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত ৰাজেশ যাদৱ (Rajesh Jadav)ক নিলম্বন কৰা হয়। অৱশ্যে বৰ্তমান তেওঁ পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

৮০ লাখ টকাৰ জালিয়াতিৰ গোচৰ সন্দৰ্ভত আৰম্ভ হয় সমগ্ৰ ঘটনা। উক্ত গোচৰত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি থানালৈ অনা হয়। অভিযোগ অনুসৰি, থানাত কৰ্তব্যৰত অৱস্থাত ৰাজেশ যাদৱে মহিলাগৰাকীক মানসিক চাপ দিবলৈ আৰম্ভ কৰিছিল। তেওঁ মহিলাগৰাকীক অপমান কৰি কয়, “আপুনি দেখিবলৈ বৰ ধুনীয়া, মোৰ বিশ্বাস আপোনাৰ ছোৱালীজনীও বৰ ধুনীয়া হ’ব। আপোনাৰ ছোৱালীজনীক মোৰ ঘৰলৈ পঠাওক, বিনিময়ত মই আপোনাক ১০ হাজাৰ টকা দিম।”

mp1 1 | ASSAM TIMES POST
মহাৰাষ্ট্ৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাক অসৎ আচৰণৰ অভিযোগ

এজন আৰক্ষী বিষয়াৰ পৰা এনে বেয়া প্ৰস্তাৱ শুনি মহিলাগৰাকী হতভম্ব হৈ পৰে। লগে লগে তেওঁ থানাত উপস্থিত থকা এগৰাকী মহিলা আৰক্ষী বিষয়াক খবৰ দি লিখিত অভিযোগ দাখিল কৰে। বিষয়টোৰ গুৰুত্বৰ কথা বিচাৰ কৰি আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। আকোলাৰ আৰক্ষী অধীক্ষক আৰ্চিত চন্দকে অভিযুক্ত এ এছ আই (ASI)জনক শীঘ্ৰে সেৱাৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক অনিল জুমলে কয় যে অপৰাধৰ গভীৰতা বুজি ক্ষীপ্ৰতাৰে এফআইআৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তিনিটা বিশেষ দল গঠন কৰা হৈছে।

অৱশ্যে ৰাজেশ যাদৱৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাটো প্ৰথম নহয়। মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন সদস্য ডঃ আশা মিৰাগে কয় যে প্ৰায় এটা দশক পূৰ্বে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ঘৰুৱা বিবাদ আৰু অসৎ আচৰণৰ অভিযোগ উত্থাপন হৈছিল। আনকি এগৰাকী মহিলা সহকৰ্মীৰ লগত বেয়া আচৰণ কৰা বুলিও কোৱা হয়। ডাঃ মিৰাগে দুখেৰে কয়, “যিসকলৰ কাম সাধাৰণ মানুহক ৰক্ষা কৰা, তেওঁলোকে যেতিয়া চিকাৰীৰ দৰে আচৰণ কৰে তেতিয়া এয়া সঁচাকৈয়ে চিন্তনীয়।” প্ৰশাসনে সাধাৰণ মানুহক আশ্বাস দিছে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী বাহিনীৰ ভিতৰৰ পৰাই এই কলংক আঁতৰাই পেলোৱা হ’ব।

Tags: MaharashtraPolice
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT