ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sentence to hang । থানাৰ লকআপত পিতৃ-পুত্ৰক হত্যা, ৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 7, 2026
Reading Time: 1 min read
A A
0
হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

আৰক্ষীৰ জিম্মাত দুজন অভিযুক্তক প্ৰহাৰ কৰি হত্যা (Sentence to hang) কৰাৰ অপৰাধত মাদুৰাইৰ আদালতে এজন পৰিদৰ্শক পদৰ বিষয়াকে ধৰি ৯ জন আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ৰায়দানত এই গোচৰটোক অত্যন্ত নিষ্ঠুৰতা আৰু ক্ষমতাৰ অপব্যৱহাৰেৰে চিহ্নিত “অতি বিৰল অপৰাধ” বুলি অভিহিত কৰা হৈছে।

Sentence to hang ।
৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ:

দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত আছে পৰিদৰ্শক এছ শ্ৰীধৰ, উপ-পৰিদৰ্শক পি ৰঘু গণেশ আৰু কে বালকৃষ্ণন, মুখ্য কনিষ্টবল এছ মুৰুগান আৰু এ সমদুৰাই আৰু কনিষ্টবল এম মুধুৰাজ, এছ চেল্লাদুৰাই, এক্স থমাছ ফ্ৰান্সিছ আৰু এছ ভেইলুমুথু। দশম অভিযুক্ত বিশেষ উপ-পৰিদৰ্শক পালদুৰাইৰ বিচাৰৰ সময়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

২০২০ চনৰ জুন মাহত মাদুৰাইৰ সতনকুলামত আৰক্ষীৰ জিম্মাত ব্যৱসায়ী পি জয়ৰাজ (৫৯) আৰু তেওঁৰ পুত্ৰ জে বেনিক্সক (৩১) আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰিছিল। কোভিড নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ছবছৰীয়া শুনানিৰ অন্তত একেলগে ৯ জন আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়, যিটো দেশৰ ইতিহাসত কাৰ্যতঃ বিৰল।

ন্যায়াধীশ জি মুধুকুমাৰনে এই গোচৰত চিবিআইৰ তদন্তকাৰী সংস্থাৰ যুক্তিৰ সৈতে সন্মতি প্ৰকাশ কৰি কয় যে আৰক্ষীৰ জিম্মাত হোৱা নিৰ্যাতন পূৰ্ব পৰিকল্পিত আৰু নিশাৰ ভিতৰতে সম্পন্ন কৰা হৈছিল। ন্যায়াধীশগৰাকীয়ে কয় যে এই গোচৰত অপৰাধীসকলে সৰ্বোচ্চ শাস্তি পোৱাৰ যোগ্য।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৯৯ চনত তামিলনাডুৰ টুটিকোৰিনৰ থালামুথু নগৰ আৰক্ষী থানাত তিনিজন অভিযুক্তক প্ৰহাৰ কৰি হত্যা কৰাৰ গোচৰত এজন ডি এছ পিকে ধৰি ৯জন তামিলনাডু আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।

Tags: থানাৰ লকআপত পিতৃ-পুত্ৰক হত্যা৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT