ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Viral girl Monalisa I মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা নাবালিকা, ভুৱা জন্মৰ প্ৰমাণ-পত্ৰৰে বিয়া হোৱাৰ বাবে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 10, 2026
Reading Time: 1 min read
A A
0
Viral girl Monalisa I মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা নাবালিকা, ভুৱা জন্মৰ প্ৰমাণ-পত্ৰৰে বিয়া হোৱাৰ বাবে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

প্ৰয়াগৰাজৰ মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ (Viral Girl Monalisha) পুনৰ বাতৰিৰ শিৰোনামত। যোৱা মাহত কেৰালাৰ তিৰুৱনন্তপুৰমত বিবাহপাশত আবদ্ধ হৈছিল মনালিছা। ছচিয়েল মিডিয়াত চিনাকি হৈ মহাৰাষ্ট্ৰৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ।

Viral girl Monalisa I
মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা নাবালিকা:

সেই সময়ত তেওঁৰ পৰিয়ালে অভিযোগ কৰিছিল যে মনালিছা নাবালিকা। কিন্তু মনালিছাই তেওঁৰ প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাই প্ৰমাণ কৰে যে তেওঁ নাবালিকা নহয়। বৰঞ্চ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

সেই সময়ত মনালিছাই অভিযোগ কৰিছিল যে তেওঁৰ পৰিয়ালে তেওঁক তেওঁৰ খুৰাকৰ ল’ৰাৰ লগত বিয়া দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু তেওঁ মান্তি নহ’ল। ইয়াৰ পিছত তেওঁ ফাৰ্মান খানক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। কিন্তু বিয়াৰ পিছতো মনালিছা সমস্যাৰ পৰা মুক্ত হোৱা নাছিল।

বিপৰীতে তেওঁ নতুন সমস্যা এটাৰ মাজত সোমাই পৰে। বিশেষকৈ তেওঁৰ পৰিয়ালে তেওঁক প্ৰাপ্তবয়স্ক বুলি কৰা দাবীক প্ৰত্যাহ্বান জনাই প্ৰতি অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে তদন্ত আৰম্ভ হয়। সূত্ৰ অনুসৰি, ৰাষ্ট্ৰীয় জনজাতি পৰিক্ৰমা আয়োগে এই ঘটনাৰ তদন্ত কৰে।

তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে মনালিছা নাবালিকা। তেওঁৰ বয়স ১৬ বছৰ। আৰু এই তথ্য পোহৰলৈ অহাৰ লগে লগে মনালিছা বিতৰ্কই নতুন ৰূপ ল’লে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ তদন্তত মনালিছা নাবালিকা বুলি দাবী কৰা হৈছে।

আয়োগৰ অধ্যক্ষ অন্তৰ সিং আৰ্য্যৰ নিৰ্দেশনাত গঠন হোৱা তদন্তকাৰী দলটোৱে কেৰালা আৰু মধ্যপ্ৰদেশৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি একত্ৰিত কৰে। মধ্যপ্ৰদেশৰ মহেশ্বৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মনালিছাৰ জন্মৰ ৰেকৰ্ড সংগ্ৰহ কৰে।

সেই তথ্য অনুসৰি ২০০৯ চনৰ ৩০ ডিচেম্বৰত সন্ধিয়া ৫.৫০ বজাত মনালিছাৰ জন্ম হৈছিল। ২০২৬ চনৰ ১১ মাৰ্চত মনালিছাৰ বিবাহ হয়। উক্ত প্ৰতিবেদন অনুসৰি, বিয়াৰ সময়ত তেওঁৰ বয়স আছিল ১৬ বছৰ ২ মাহ ১২ দিন। প্ৰতিবেদন অনুসৰি, জনজাতি আয়োগে প্ৰথমে কেৰালাৰ পৰাই তদন্ত আৰম্ভ কৰিছিল। তাতেই মনালিছাৰ বিয়া হৈছিল।

তাৰ পৰাই দাবী কৰা হ’ল যে আধাৰ কাৰ্ডত উল্লেখ কৰা বয়স অনুসৰি বিয়াখন কৰা হৈছে। কেৰালাৰ দুখীয়া গাঁও পঞ্চায়তত পঞ্জীয়ন কৰা হৈছিল এই বিবাহ। প্ৰতিবেদনত দাবী কৰা হৈছে যে জন্মৰ প্ৰমাণ-পত্ৰ ভুল তাৰিখ দিয়া হৈছিল। এই প্ৰমাণ-পত্ৰখন মধ্যপ্ৰদেশৰ মহেশ্বৰ পৌৰসভাই প্ৰদান কৰিছিল।

তাতে মনালিছাৰ জন্মৰ প্ৰমাণ-পত্ৰত লিখা তাৰিখটো আছিল ২০০৮ চনৰ ১ জানুৱাৰী। তাৰ পিছত আয়োগৰ তদন্তকাৰী দলে মহেশ্বৰ চৰকাৰী চিকিৎসালয়ৰ পৰা মনালিছাৰ জন্মৰ ৰেকৰ্ড সংগ্ৰহ কৰে। ইয়াৰ পিছতে মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ মহেশ্বৰ থানাত পক্সো (POCSO) আইনৰ অধীনত মনালিছাৰ স্বামীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

Tags: ভুৱা জন্মৰ প্ৰমাণ-পত্ৰৰে বিয়ামহাকুম্ভৰ 'ভাইৰেল গাৰ্ল' মনালিছা নাবালিকাহোৱাৰ বাবে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT