ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP Voter list : খচৰাৰ পিছত উত্তৰ প্ৰদেশত বৃদ্ধি পালে ৮৪ লাখ ভোটাৰ, চূড়ান্ত তালিকা প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
April 10, 2026
Reading Time: 1 min read
A A
0
UP Voter list : খচৰাৰ পিছত উত্তৰ প্ৰদেশত বৃদ্ধি পালে ৮৪ লাখ ভোটাৰ, চূড়ান্ত তালিকা প্ৰকাশ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

নিৰ্বাচন আয়োগে (Election Commission) প্ৰকাশ কৰিলে উত্তৰ প্ৰদেশ (UP)ৰ এছ আই আৰৰ (SIR) চূড়ান্ত ভোটাৰ তালিকা। ইয়াত খচৰা তালিকাৰ তুলনাত ৮৪ লাখ ভোটাৰ বৃদ্ধি (Increase of 8.4 million voters) পাইছে। বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ১৩ কোটি ৩৯ লাখ ৮৪ হাজাৰ ৭৯২ গৰাকী। কিন্তু এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে প্ৰকাশ পোৱা তালিকাৰ তুলনাত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২ কোটি হ্ৰাস পাইছে।

অহা বছৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। শুকুৰবাৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই (Nabadeep Rinwa) সংবাদমেল অনুষ্ঠিত কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰে। তেওঁ কয় যে আইন অনুসৰি সম্পূর্ণ স্বচ্ছ পদ্ধতিৰে ৰাজ্যত এছ আই আৰ প্রক্রিয়া সম্পূর্ণ কৰা হৈছে৷ নিৰ্দিষ্ট আইনী পদ্ধতি পালন নকৰাকৈ কোনো ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হোৱা নাই।

up1 | ASSAM TIMES POST
খচৰাৰ পিছত উত্তৰ প্ৰদেশত বৃদ্ধি পালে ৮৪ লাখ ভোটাৰ, চূড়ান্ত তালিকা প্ৰকাশ

৬ জানুৱাৰীত আয়োগে উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। এই তালিকাত আছিল ১২৫,৫৬,২৫০ গৰাকী লোকৰ নাম। তালিকাখনৰ বিৰুদ্ধে আপত্তি, অভিযোগ বা আপীল দাখিল কৰিবলৈ আৰু সেইবোৰ নিষ্পত্তি কৰিবলৈ দুমাহৰ সময় দিয়া হৈছিল। শুকুৰবাৰে আয়োগে প্ৰকাশ কৰা চূড়ান্ত তালিকাত মুঠ ভোটাৰৰ সংখ্যা ১৩ কোটিৰো অধিক হৈছে। খচৰা তালিকাত থকা সংখ্যাতকৈ বৃদ্ধি পাইছে মুঠ ৮৪,২৮,৭৬৭ গৰাকী ভোটাৰ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই পৰিসংখ্যাৰ কাৰণ হৈছে নিৰ্বাচন সন্দৰ্ভত সজাগতা আৰু এছ আই আৰৰ প্ৰচাৰ কাৰ্যসূচীৰ সফলতা।

আয়োগৰ পৰিসংখ্যা অনুসৰি, এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫৪,৪৩০,০৯২ গৰাকী। এছ আই আৰৰ পিছত চূড়ান্ত তালিকাত সেই সংখ্যা ২৪,৪৪৫,৩০০লৈ হ্ৰাস পায়।

জিলাভিত্তিক পৰিসংখ্যা অনুসৰি, উত্তৰ প্ৰদেশত প্ৰয়াগৰাজ, লক্ষ্ণৌ, বেৰেলী, গাজিয়াবাদ আৰু জৌনপুৰত খচৰা তালিকাৰ পিছত সৰ্বাধিক ভোটাৰ বৃদ্ধি হৈছে। মুখ্য কাৰ্যবাহী বিষয়া নৱদীপ ৰিনৱাই কয় যে ইয়াৰ পিছত যদি কোনো ‘যোগ্য’ ভোটাৰৰ নাম তালিকাৰ বাহিৰত ৰৈ যায়, তেন্তে তেওঁ প্ৰ-পত্ৰ ৬ পূৰণ কৰি আবেদন কৰিব পাৰে। যদি কাৰোবাৰ চূড়ান্ত ভোটাৰ তালিকাত আপত্তি আছে তেন্তে আগন্তুক ১৫ দিনৰ ভিতৰত সংশ্লিষ্ট জিলা দণ্ডাধীশৰ কাৰ্যালয়ক অৱগত কৰিব লাগে। আয়োগৰ চৰকাৰী ৱেবছাইটত গৈ উত্তৰ প্ৰদেশৰ জনসাধাৰণক নিজৰ নাম পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।

Tags: UPSir
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT