ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

Staff Reporter by Staff Reporter
May 2, 2026
Reading Time: 1 min read
A A
0
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST
‎
‎ইজৰাইলে পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি লেবাননত আক্ৰমণ কৰিছে। শুকুৰবাৰে নাবাটিয়েহ জিলাৰ হাবিছ অঞ্চলত ইজৰাইলী ক্ষেপণাস্ত্ৰ আক্ৰমণত আঠজন লোকৰ মৃত্যু হয় আৰু কমেও ১০ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ মাজত এগৰাকী মহিলা আৰু এটা শিশু আছিল।

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২:

লেবাননৰ চৰকাৰ আৰু সামৰিক সূত্ৰৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা মতে, টায়াৰ চহৰ আৰু অন্যান্য ওচৰৰ অঞ্চলত হোৱা আক্ৰমণত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে। সংবাদ মাধ্যমৰ মতে, ২ মাৰ্চৰ পৰা লেবাননত ইজৰাইলী আক্ৰমণত নিহত হোৱা লোকৰ সংখ্যা ২,৬০০ লৈ বৃদ্ধি পাইছে।

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

২৮ ফেব্ৰুৱাৰীত ইজৰাইলী সেনাই ইৰাণৰ ভূমিত আক্ৰমণ কৰাৰ পিছত তেহৰাণ সমৰ্থিত ছিয়া সন্ত্ৰাসবাদী গোট হিজবুল্লাই প্ৰতিশোধ লৈছিল। ইয়াৰ প্ৰত্যুত্তৰত তেল আভিভে ৰাজধানী বেইৰুটকে ধৰি লেবাননৰ বৃহৎ অংশত ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণ আৰম্ভ কৰিছিল। ফলস্বৰূপে এতিয়ালৈকে কমেও ৮ লাখ লোক স্থানচ্যুত হৈছে। তাত মোতায়েন কৰা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সুৰক্ষাক লৈও উদ্বেগ আছে

ভাৰতকে ধৰি ৩০ খনতকৈও অধিক দেশে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। ১৬ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল। ইজৰাইল আৰু লেবাননৰ মাজৰ সংঘাত পশ্চিম এছিয়াত শান্তিৰ পথত এক “কাঁইট”।

ইৰাণৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ আলোচনাৰ বাবেও এই যুদ্ধবিৰতি প্ৰয়োজনীয়। ইৰাণে বাৰে বাৰে জোৰ দি আহিছে যে এটা চুক্তিত উপনীত হ’বলৈ হ’লে লেবাননত ইজৰাইলৰ আগ্ৰাসন বন্ধ কৰিব লাগিব। সেই পৰিস্থিতিত, লেবাননত নতুন ইজৰাইলী আক্ৰমণৰ সৈতে পৰিস্থিতি পুনৰ উত্তপ্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

দক্ষিণ লেবাননত কাম কৰা এটা ছিয়া উগ্ৰপন্থী গোট হিজবুল্লাই ২০২৩ চনৰ ৭ অক্টোবৰত গাজাত পেলেষ্টাইনী সশস্ত্ৰ গোট হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছতে তেল আভিভৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। তাৰ পিছত, দুয়োপক্ষই এবছৰ ধৰি সংঘৰ্ষত লিমিছিল। অৱশেষত, যোৱা বছৰৰ আৰম্ভণিতে, দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মধ্যস্থতাত এক অস্থায়ী যুদ্ধবিৰতিত সন্মত হৈছিল।

যুদ্ধবিৰতিৰ সময়ত দুয়োখন দেশৰ অসামৰিক লোক সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিব পাৰিব বুলি কোৱা হৈছিল। কিন্তু ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ আক্ৰমণৰ সৈতে পৰিস্থিতি পুনৰ বেয়ালৈ ঢাল খালে।

Tags: ইজৰাইলৰ আক্ৰমণনিহত ১২ ‎‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT