ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

News Desk by News Desk
May 8, 2026
Reading Time: 1 min read
A A
0
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home minister Amit Shah) ২০৭ গৰাকী বিজেপি বিজয়ী প্ৰাৰ্থীক সাক্ষাৎ কৰি শুভেন্দু অধিকাৰী (Shubendu Adhikari)ক পশ্চিমবংগ বিধানসভাৰ নেতা হিচাপে নিৰ্বাচিত কৰে। শাসকীয় দলৰ নেতা হিচাপে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব শুভেন্দু (Next Chief Minister will be Suvendu)। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। বিধায়িনী দলৰ বৈঠকৰ অন্তত শ্বাহে কয়, “বিধায়িনী দলৰ নেতা নির্বাচনৰ প্রক্রিয়া সম্পূর্ণ হৈছে৷ আঠটা প্রস্তাৱ আহে৷ আটাইকেইটা প্রস্তাৱতে এটা নাম আছিল৷ দ্বিতীয় নামটোৰ বাবে পৰ্যাপ্ত সময় দিয়া হয়৷ কিন্তু দ্বিতীয় নাম নাহিল৷ সেয়ে শুভেন্দু অধিকাৰীক পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে ঘোষণা কৰিছোঁ৷” যিকোনো ৰাজ্যৰ নিৰ্বাচনৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক পঠিয়াই বিধানসভাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰে।

cm1 | ASSAM TIMES POST
বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

এইবাৰ পশ্চিমবংগৰ ক্ষেত্ৰত অমিত শ্বাহক মুখ্য পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ লগতে চুবুৰীয়া ৰাজ্য ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিকো সহকাৰী পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হয়। তেওঁলোকৰ তত্ত্বাৱধানত শুকুৰবাৰে বিয়লি নিউ টাউনৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত সম্ভাৱ্য বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। তাতে সৰ্বসন্মতিক্ৰমে শুভেন্দুৰ নাম বিধায়িনী দলৰ নেতা আৰু মুখ্যমন্ত্ৰী হিচাপে সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত বিজেপি নেতৃত্বই নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰে৷ এইবাৰ বিধায়কসকলৰ সহযোগত লোকভৱনলৈ গৈ শুভেন্দু ৰাজ্যপাল আৰ এন ৰবিক চৰকাৰ গঠনৰ বাবে অনুৰোধ জনাব। শুভেন্দুৰ নাম ঘোষণা কৰাৰ পিছত অমিত শ্বাহে কয়, “গংগোত্ৰীৰ পৰা গংগাসাগৰলৈকে সকলোতে বিজেপি চৰকাৰ গঠন হৈছে। শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্মস্থানত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আদৰ্শ অনুসৰণ কৰি এখন চৰকাৰ গঠন কৰা হৈছে।”

Tags: BengalnewCM
Share4Tweet3Send

Related Posts

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

by News Desk
June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

by News Desk
June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

by News Desk
June 24, 2026
50
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
ADVERTISEMENT
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT