ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

নিউজ ডেস্কঃ

News Desk by News Desk
June 24, 2026
Reading Time: 1 min read
A A
0
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

New Logo Smal 2 | ASSAM TIMES POST

শেহতীয়াভাৱে অৰুণাচলত (Arunachal Pradesh) হৈ থকা ধাৰাসাৰ বৰষুণে (Continuous rain) ৰাজ্যখনৰ লগতে অসমলৈও দুৰ্যোগ নমাই আনিছে (Disaster has also struck Assam)। ধাৰাসাৰ বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচলৰ কেইবা ঠাইতো বান আৰু ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। আনহাতে, অৰুণাচলৰ পানীৰে অসমৰ নদী-উপনদী উপচি পৰাৰ লগতে অসমৰ বিভিন্ন স্থানত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত অসম চৰকাৰে এই পৰিস্থিতিক গুৰুত্বসহকাৰে লৈছে।

গুৱাহাটী আৰু ইটানগৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰদান কৰা তথ্য অনুসৰি, অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ ইয়াজালিত বিগত ২৪ ঘণ্টাত প্ৰায় ৭২.৮ মিলিমিটাৰ বৰষুণ হোৱাৰ লগতে বুধবাৰেও হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বহু অঞ্চল বানত ডুব গৈছে।

flood | ASSAM TIMES POST
ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী। (প্ৰতীকি ছবি)

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। ইয়াৰে ভিতৰত ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, ধুবুৰী আদি জিলাত জলস্তৰ বৃদ্ধি পোৱাৰ লগতে জিলাকেইখন বানৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আশংকা কৰি ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৰহ পৰিস্থিতি নিৰীক্ষণৰ বাবে মুখ্য সচিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ পিছত মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি সতৰ্কতামূলক সকলো প্ৰস্তুতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত সম্ভাৱ্য ক্ষতিগ্ৰস্ত জিলাসমূহৰ প্ৰশাসন আৰু বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে সময়মতে প্ৰতিৰোধমূলক আৰু সাহায্য ব্যৱস্থা গ্ৰহণ কৰিবলৈও কোৱা হৈছে। আনহাতে, এছডিআৰএফ, এনডিআৰএফ আৰু অন্যান্য জৰুৰীকালীন দলসমূহক প্ৰয়োজনসাপেক্ষে নিয়োগ কৰিবলৈ সাজু কৰি ৰখা হৈছে। নৈপৰীয়া আৰু বিপদসংকুল অঞ্চলবোৰক তীব্ৰ নিৰীক্ষণত ৰাখিবলৈ আৰু অঞ্চলবোৰৰ ৰাইজক সতৰ্ক হৈ থকাৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে আহ্বান জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamFlood
Share4Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d