ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

Staff Reporter by Staff Reporter
July 6, 2026
Reading Time: 1 min read
A A
0
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

যৎপৰোনাস্তি চেষ্টা কৰিও সফল হ’ব নোৱাৰিলে। বিশ্বকাপৰ অন্তিম ১৬ত নৰৱেৰ হাতত পৰাস্ত হয় ব্ৰাজিল (Brazil Fifa)। বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পাঁচবাৰৰ চেম্পিয়ন তথা বিশ্ব ফুটবলৰ ‘ক’লা মুকুতা’ হিচাপে খ্যাত পেলেৰ দেশে কোৱাৰ্টাৰৰ ফাইনেলৰ পূৰ্বে বিদায় লয়। ইয়াৰ লগে লগে নেইমাৰৰ সপোনৰো অন্ত পৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে।
FIFA World Cup 2026 I
চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ:

খেলৰ অন্তত নেইমাৰে চকুপানী ধৰি ৰাখিব নোৱাৰিলে। খেলপথাৰত উচুপি উঠে নেইমাৰ। তেওঁৰ সতীৰ্থসকলে তেওঁক সান্ত্বনা দিয়া দেখা যায়। পিছত মিক্সড জ’নত সাংবাদিকৰ সন্মুখত নেইমাৰে অৱসৰৰ কথা ঘোষণা কৰে। তেওঁ কয়, “মই বাৰে বাৰে চেষ্টা কৰি আহিছোঁ। কিন্তু এইবাৰ থমকি ৰোৱাৰ সময়। মই ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ, ইয়াতেই শেষ কৰিলোঁ।”

আঘাত থকাৰ পিছতো প্ৰশিক্ষক কাৰ্লো এঞ্চেল’টিয়ে নেইমাৰক বৰ্তমানৰ বিশ্বকাপ দলত ৰাখিছিল। ক্ৰমান্বয়ে সুস্থ হৈ উঠিছিল নেইমাৰ। কিন্তু প্ৰথম চাৰিখন মেচৰ ভিতৰত মাত্ৰ এখন খেলতে তেওঁক বদলি কৰা হৈছিল।

নৰৱেৰ বিৰুদ্ধে মেচখনত এন্সেল’টিয়েও বিকল্প হিচাপে নেইমাৰক খেলপথাৰলৈ আনে। যদিও শেষত পেনাল্টি স্পটৰ পৰা এটা গ’ল দিছিল, তথাপিও নেইমাৰে দলটোক জয়ী কৰিব নোৱাৰিলে। ফলত মেচৰ শেষত তেওঁ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

২০১০ চনত ব্ৰাজিলৰ জাৰ্চি পিন্ধি নেইমাৰে অভিষেক ঘটায়। পৰৱৰ্তী ১৬ বছৰত নেইমাৰে দেশখনৰ জাৰ্চি পিন্ধি ১২৯ খন খেল খেলিছিল। তেওঁ ৮০টা গ’ল কৰে, যিটো ব্ৰাজিলৰ ইতিহাসত সৰ্বাধিক গ’ল। নেইমাৰে ২০১২ চনৰ অলিম্পিকত ব্ৰাজিলক ৰূপৰ পদক, ২০১৬ চনৰ অলিম্পিকত সোণ আৰু ২০১৩ চনত কনফেডাৰেচন কাপত জয়ী হৈছিল।

তেওঁ ব্ৰাজিলৰ হৈ চাৰিবাৰকৈ বিশ্বকাপ খেলিছে। কিন্তু তেওঁ এখনতো জিকিব নোৱাৰিলে। এইবাৰ খেলিব নে নাই সেই লৈ সন্দেহৰ সৃষ্টি হৈছিল। যদিও শেষলৈকে তেওঁ দলত আছিল, তথাপিও শেষৰ সময়খিনি নেইমাৰৰ বাবে ভাল নহ’ল। অৱশেষত কান্দি কান্দি খেলপথাৰ এৰিবলগা হ’ল।

Tags: চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলকবিদায় তাৰকা নেইমাৰৰবিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল
Share4Tweet3Send

Related Posts

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

by Staff Reporter
July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

by Staff Reporter
July 6, 2026
50
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

by Staff Reporter
July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

by Staff Reporter
July 5, 2026
50
ADVERTISEMENT
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
50
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx