ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
July 8, 2026
Reading Time: 1 min read
A A
0
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 1 | ASSAM TIMES POST

গুজৰাট উচ্চ ন্যায়ালয়ে (Gujarat High Court) আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণ (Ahmedabad Serial explosions Case)ৰ গোচৰত ৩৮ জন লোকৰ মৃত্যুদণ্ড গৃহীত (Death sentences 38 people) কৰিছে। আনহাতে, ১১ জন দোষীৰ যাৱজ্জীৱন কাৰাদণ্ডও বাহাল ৰখা হয়। আটাইকেইজন দোষী সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ (আই এম) সদস্য।

২০০৮ চনৰ ২৬ জুলাইত ২১টা ধাৰাবাহিক বিস্ফোৰণে আহমেদাবাদক জোকাৰি গৈছিল। এই আক্ৰমণত মুঠ ৫৬ জন লোক নিহত হয়। আহত হয় ২০০ৰো অধিক। বিস্ফোৰণৰ মূল লক্ষ্য আছিল আহমেদাবাদৰ চিকিৎসালয়সমূহ।

ইণ্ডিয়ান মুজাহিদীনে এই ধাৰাবাহিক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। তদন্তত প্ৰকাশ পাইছে যে ২০০৭ চনৰ ডিচেম্বৰ মাহত কেৰালাৰ এৰ্নাকুলামত নিষিদ্ধ ষ্টুডেণ্ট ইছলামিক মুভমেণ্ট অব ইণ্ডিয়াৰ (চিমি) গোপন শিবিৰত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ২০০৮ চনৰ ২৬ জুলাইৰ সন্ধিয়া প্ৰায় এঘণ্টাৰ ভিতৰতে আহমেদাবাদৰ বিভিন্ন প্ৰান্তত মুঠ ২১টা বিস্ফোৰণ সংঘটিত হয়।

guj1 | ASSAM TIMES POST
আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

পিছত বিস্ফোৰণৰ তদন্তত ৪৯ জন অভিযুক্তৰ নাম পোহৰলৈ আহে। আহমেদাবাদ আৰু চুৰাটত অভিযুক্তৰ বিৰুদ্ধে ৩৫টা বিভিন্ন গোচৰ ৰুজু কৰা হয়। ইয়াৰে ২০ জন আহমেদাবাদত আৰু ১৫ টা চুৰাটত। বিস্ফোৰণৰ কেইদিনমান পিছতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ২৯টা সজীৱ বোমা উদ্ধাৰ কৰা হয়।

এই আক্ৰমণৰ ১৪ বছৰৰ পাছত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আহমেদাবাদৰ এখন বিশেষ আদালতে ৪৯ জন অভিযুক্তৰ আটাইকে দোষী সাব্যস্ত কৰে। বিশেষ আদালতে ইয়াৰে ৩৮ জনৰ মৃত্যুদণ্ড আৰু ১১ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আহমেদাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্তই। এইবাৰ উচ্চ ন্যায়ালয়েও একে ৰায়কে সমৰ্থন কৰে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এ ৱাই কগজে আৰু ন্যায়াধীশ সমীৰ ডেভৰ বিভাগীয় বিচাৰপীঠে অভিযুক্তৰ সকলো আবেদন খাৰিজ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Ahmedabadblastcase
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
50
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d