ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চুতীয়া জাতি মহিলা সম্মিলন অসমৰ ৩৬ তম দ্বি-বার্ষিক অধিবেশন অনুষ্ঠিতঃ স্মৃতি গ্রন্থ “ৰূপৱতী’ আৰু একাধিক গ্ৰন্থ উন্মোচন, ত্ৰিশ ব্যক্তিক সম্বৰ্ধনা

ASSAM TIMES POST by ASSAM TIMES POST
March 3, 2020
Reading Time: 1 min read
A A
0
চুতীয়া জাতি মহিলা সম্মিলন অসমৰ ৩৬ তম দ্বি-বার্ষিক অধিবেশন অনুষ্ঠিতঃ স্মৃতি গ্রন্থ “ৰূপৱতী’ আৰু একাধিক গ্ৰন্থ উন্মোচন, ত্ৰিশ ব্যক্তিক সম্বৰ্ধনা

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

বোকাখাত : অসমীয়া জাতিৰ অন্যতম অংগ চুতীয়া জাতি মহিলা সম্মিলন অসমৰ ৩৬ তম দ্বি-বার্ষিক অধিবেশন খনি যোৱা ১ মাৰ্চত যোৰহাট জিলাৰ টিয়ক জহাখাত গাঁৱৰ নামঘৰ প্রাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সন্মিলনৰ স্থায়ী সভানেত্রী ডালিমী শইকীয়া বৰাই বন্তি প্রজ্বলন কৰে বিশিষ্ট লেখিকা অন্নদা শইকীয়াই , স্মৃতি তর্পন কৰে লিলিমা খনিকৰে লগতে বীৰাংগনা সতী সাধনীৰ প্রতিচ্ছবিত মাল্য অর্পণ কৰে অন্নদা শইকীয়াই। দিনৰ ১০ বজাত প্রতিনিধি সভা অনুষ্ঠিত হয়।

প্রতিনিধি সভাৰ সভানেত্রীত্ব কৰে ডালিমী শইকীয়া বৰাই। উদ্দেশ্য বাখ্যা কৰে সম্পাদিকা ৰীণা কুমাৰী বৰাই। প্রতিনিধি সভাৰ অন্তত পুৰণি সমিতিৰ সভানেত্রীকে প্রমুখ্য কৰি সমূহ কর্মকর্তাই পদত্যাগ কৰে। ডালিমী শইকীয়া বৰাৰ সভাপতিত্বত অনুষ্ঠিত প্রতিনিধি সভাত পর্যবেক্ষক হিচাপে বীণা ৰাজখােৱা আৰু প্রতিমা ৰাজখােৱাক লৈ হিচাপে নতুন কমিটিখন গঠন কৰা হয়। ২০২০-২২ বৰ্ষৰ কার্যকালৰ বাবে চন্দ্রপ্রভা শইকীয়া ডেকাক সভানেত্রী বােধেশ্বৰী বৰাক সম্পাদিকা, মনালিছা শইকীয়া আৰু নিৰজ বৰাক সহঃ সম্পাদিকা, কার্যকৰী সভানেত্রী লিলিমা খনিকৰ আৰু বীনা ৰাজখােৱা, উপ-সভানেত্রী হিচাপে ইলা বৰুৱা, ৰীণা কুমাৰী, কল্পনা বৰা, চিনু শইকীয়া আৰু কল্পনা বৰা আৰু সদস্যা সকলক লৈ এখন পূর্ণাংগ কমিটি খন গঠন হয়।

BOKAKHAT PHOTO111 | ASSAM TIMES POST

প্রতিনিধি সভাত কেইবাটিও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয়। দিনৰ মুকলি সভাত সভানেত্রীত্ব কৰে অসম চুতীয়া মহিলা সন্মিলনৰ সভানেত্রী ডালিমী শইকীয়া বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা সন্মিলনৰ সম্পাদিকা ৰীনা বৰাই আৰু আদৰণি ভাষণ আগবঢ়ায় থানেশ্বৰ বৰাই। গীতাঞ্জলি কলিতাই আঁত ধৰা মুকলি সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰত্নধৰ বৰাই, সভা উদ্বোধন কৰে স্বর্ণ বৰুৱা গগৈয়ে। নির্দিষ্ট বক্তা হিচাবে গােলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসমীয়া বােলছবি পৰিচালক দীনেশ গগৈদেৱে চুতীয়া জাতি আৰু অসমীয়া সংস্কৃতিলৈ চুতীয়া জাতিৰ অৱদান সম্পর্কে বক্তব্য আগবঢ়ায়।

নির্দিষ্ট বক্তা সূৱর্ণ শইকীয়া বৰদলৈয়ে চুতীয়া জাতিৰ সংস্কৃতি আৰু সাধনীৰ জীৱনাদৰ্শৰ আলােকপাত কৰি বক্তব্য আগবঢ়ায়। তেখেতে সাধনীৰ নামত চৰকাৰে দিব লগা বিশ্ববিদ্যালয়খন নামকৰণ কৰিবলৈ আজিৰ সভাৰ যােগেদি প্রস্তাৱ আগবঢ়ায়। মৰাণৰ সুদক্ষ শিপিনি হেমপ্রভা চুতীয়াক সন্মিলনৰ পৰা মান পত্র গামােচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত স্মৃতি গ্রন্থ “ৰূপৱতী’ উন্মােচন কৰে গীতাঞ্জলি কলিতাই, বীনা ৰাজখােৱাৰ সম্পাদনাৰ কুণ্ডীল জীয়ৰী উন্মােচন বীল ৰাজখােৱাই , ‘ভীষ্মক কুল’ উন্মােচন কৰে জয়ন্তী হিলৈদাৰীয়ে, মহাকাব্যৰ নাৰী ৰত্ন উন্মােচন কৰে বােধেশ্বৰী বৰাই। ধীৰেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিভিন্ন দিশত পাৰদৰ্শিতা লাভ কৰা ছাত্র-ছাত্রী, যুৱক-যুৱতীসকলক মানপত্ৰ আৰু গামােচাৰে প্রায় ত্রিশ জনক সম্বৰ্ধনা জনােৱা হয়।

অসম চুতীয়া জাতি মহিলা সন্মিলন উপদেষ্টা অন্নদা শইকীয়া, সভানেত্রী ডালিমী শইকীয়া বড়া, সাংস্কৃতিক সম্পাদিকা দুলুমণি বৰা উপদেষ্টা লিলিমা খনিকৰক মানপত্র গামােচাৰে সম্বর্ধনা জনােৱা হয়। অভ্যর্থনা সমিতিৰ সভাপতি থানেশ্বৰ বৰাকে প্রমুখ্য কৰি সম্পাদক ৰমেন বৰুৱা ফনিধৰ বৰা, অমল হাজৰিকা, ভােলা বৰা, দিগন্ত শইকীয়া, ৰেব বৰুৱা মহিলা শাখাৰ দীপা বৰা সভানেত্রী জীনা বৰা, মঞ্জু বৰা স্বপ্না বৰাক উষ্ম আদৰণি জনােৱা হয়। শলাগৰ শৰাই আগবঢ়াই দুলুমণি বৰাই।

Tags: Featured2
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx