ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2026
Reading Time: 1 min read
A A
0
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

RELATED POSTS

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

New Logo Smal 1 | ASSAM TIMES POST

ৰাজ্যৰ বান (Assam Flood) পৰিস্থিতি লাহে উন্নত হ’বলৈ ধৰিছে যদিও মৃত্যুৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাই আছে। বৰ্তমান বানত মৃত্যুৰ সংখ্যা (Number of deaths) ৯৮ জনলৈ বৃদ্ধি (Increase to 98 people) পাইছে। শেহতীয়া বানত অসমৰ ১৩ খন জিলাৰ ডেৰ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা দৈনিক বান তথ্য অনুসৰি, চৰাইদেউ জিলাৰ মাহমৰাত শুকুৰবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷

ইফালে শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলা বৰ্তমানো বানৰ কৱলত আছে। এই জিলাকেইখনৰ ৩৩টা ৰাজহ চক্ৰ আৰু ৪৬৪ খন গাঁও বানাক্ৰান্ত হৈ আছে৷ আনহাতে, চলিত বানত ১,৫৫,৮৪৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

assam | ASSAM TIMES POST
ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

আনহাতে, ১০,৭৪৮.৬৪ হেক্টৰ শস্যভূমি বানত বুৰ গৈছে। জিলা হিচাপত গোলাঘাটত সৰ্বাধিক ৫৮,৭৫০ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

ইয়াৰ পিছতে শিৱসাগৰত ৪৮,২৮৬ জন আৰু যোৰহাটত ২৫,২৫৯ জন লোক বানত আক্ৰান্ত হৈছে। এই পৰ্যন্ত প্ৰশাসনে স্থাপন কৰা ৫৫টা সাহায্য শিবিৰত ১০,৩২৬ গৰাকী লোকে আশ্ৰয় লৈ আছে আৰু ১৮টা কেন্দ্ৰৰ পৰা ৬,৮৮১ জন লোকক বান সাহায্য বিতৰণ কৰা হৈছে৷ ইয়াৰ উপৰি ৪,৭৮৭৯ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamFlood
Share4Tweet3Send

Related Posts

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

by News Desk
September 10, 2026
56
Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala
Assam

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

by News Desk
September 10, 2026
52
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

by News Desk
September 10, 2026
56
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

by News Desk
September 10, 2026
55
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল
Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

by News Desk
September 10, 2026
53
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d