ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 15, 2026
Reading Time: 1 min read
A A
0
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

New Logo Smal 1 | ASSAM TIMES POST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ৮০ সংখ্যক স্বাধীনতা দিৱস (80th Independence Day)ত দেশৰ যুৱ প্ৰজন্মক (to younger generation) এক বিশেষ বাৰ্তা (Special message) প্ৰদান কৰে। দিল্লীৰ লালকিল্লাৰ (From RedFort) পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰি তেওঁ কয় যে দেশৰ প্ৰতি থকা সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ যুৱ প্ৰজন্মৰ ওপৰত আস্থা ৰাখিছে। ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ সম্ভৱ কৰি তুলিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ বাবে বিশেষ কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰশিক্ষণ (Artificial Intelligence Training)ৰ কথাও ঘোষণা কৰে।

প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। এইবাৰ একেৰাহে ত্ৰয়োদশ স্বাধীনতা দিৱসত ভাষণ প্ৰদান কৰে মোদীয়ে। শনিবাৰে সমগ্ৰ দেশতে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। বিশেষ গুৰুত্ব দিয়া হৈছে ‘যুৱ শক্তি’ আৰু ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ ওপৰত।

অৰ্থাৎ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পৰিকল্পনা যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। তাৰ পৰাই মোদীয়ে কয়, “আমাৰ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত মোৰ আস্থা আছে।” উন্নত ভাৰতৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ তেওঁ দেশৰ সকলো মহিলা, কৃষক আৰু শ্ৰমিকৰ সহযোগিতা কামনা কৰে। তেতিয়াহে ২০৪৭ চনৰ ভিতৰত দেশখনক এক বেলেগ স্তৰলৈ লৈ যোৱা সম্ভৱ হ’ব। প্ৰধানমন্ত্ৰীয়ে দ্ৰুত অগ্ৰগতি আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ পৰিকল্পনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

modi1 2 | ASSAM TIMES POST
স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

যুৱক-যুৱতীসকলৰ বাবে নতুন প্ৰকল্পৰ কথা ঘোষণা কৰি মোদীয়ে কয় যে সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ ধুমুহাৰ গতিৰে এতিয়াৰে পৰা প্ৰতি বছৰে দেশৰ এক কোটি যুৱক-যুৱতীক বিশেষ এ আই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। দেশ গঢ়াত যুৱ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মোদীয়ে। উন্নয়নৰ প্ৰক্ৰিয়াত যুৱক-যুৱতীসকলৰ শক্তিক ব্যৱহাৰ কৰা হ’ব। দেশৰ উচ্চাকাংক্ষাক কেৱল যুৱক-যুৱতীসকলেহে সফল কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ বিশ্বাস।

শনিবাৰে ৰাজঘাটত প্ৰথমে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে। ইয়াৰ পিছত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই সময়ত ‘বন্দে মাতৰম’ গীতটো সেনাৰ বেণ্ডত বাজি উঠে। এইবাৰ উদযাপন কৰা হৈছে জাতীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া বাৰ্ষিকী। এই গীতটো প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ সময়ত পৰিবেশন কৰা হয়। ইয়াৰ পিছতে জাতীয় সংগীত গোৱা হয়। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত দৰ্শকৰ মাজত যুৱ প্ৰজন্মৰ উপস্থিতিও লক্ষণীয় হৈ পৰে।

কিছুদিন পূৰ্বে নীট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ দুৰ্নীতিৰ অভিযোগক লৈ এই লালকিল্লাতেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিছিল যুৱ প্ৰজন্মই। কিছুদিন পূৰ্বে নীটকে ধৰি বিভিন্ন পৰীক্ষাত অনিয়ম আৰু প্ৰশ্ন ফাদিলৰ অভিযোগক লৈ দিল্লীৰ যন্তৰ-মন্তৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিছিল যুৱ প্ৰজন্মই। সংসদ ভৱনৰ অভিযানত বহু যুৱক-যুৱতীয়েও যোগদান কৰে। আন্দোলনৰ হেঁচাত ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। সেই সময়ত মোদীয়ে বাৰে বাৰে ছচিয়েল মিডিয়াত ভিডিঅ’ মেছেজৰ জৰিয়তে যুৱক-যুৱতীসকলৰ কাষত থিয় দিব বুলি কৈছিল। সেই নৱ প্ৰজন্মক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানতো কেন্দ্ৰবিন্দুত ৰখা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndependenceDay2026modi
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d