ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 20, 2026
Reading Time: 1 min read
A A
0
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

RELATED POSTS

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

New Logo Smal 2 | ASSAM TIMES POST

অসমকে (Assam) ধৰি সীমান্তৱৰ্তী আঠখন ৰাজ্যত (Eight border states) নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act)ৰ সৈতে জড়িত আবেদন (Related application)সমূহ জিলা আয়ুক্তই নিষ্পত্তি (District Commissioner will handle) কৰিব। এতিয়ালৈকে এই আবেদনসমূহ লোকপিয়ল ব্যুৰো, চোৰাংচোৱা ব্যুৰো, ডাক বিভাগকে ধৰি বিভিন্ন কেন্দ্ৰীয় চৰকাৰী বিষয়াৰে গঠিত বিশেষভাৱে ক্ষমতাপ্ৰাপ্ত সমিতিসমূহে নিষ্পত্তি কৰিছিল। ‘দ্য হিন্দু’ৰ মতে, এইবাৰ সেই ক্ষমতা জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰা হৈছে।

অসমকে ধৰি যি আঠখন ৰাজ্যৰ বাবে এই নিয়ম জাৰি কৰা হৈছে, সেই আটাইকেইখন ৰাজ্যৰ সীমা বাংলাদেশ বা পাকিস্তানৰ সৈতে আছে৷ এই তালিকাত আছে অসম আৰু ত্ৰিপুৰা (দুয়োখন ৰাজ্যৰ জনজাতীয় অঞ্চলত প্ৰযোজ্য নহ’ব এই নতুন নিয়ম)।

citi | ASSAM TIMES POST
জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

আনহাতে, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, পঞ্জাব, জম্মু-কাশ্মীৰ আৰু লাডাখতো এই নতুন নিয়ম কার্যকৰী কৰা হৈছে৷ বুধবাৰে অমিত শ্বাহৰ মন্ত্ৰালয়ে এই সন্দৰ্ভত গাইডলাইন জাৰি কৰে।

এই আঠখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিশেষ ক্ষমতাপ্ৰাপ্ত সমিতি আৰু জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰা বিবেচনাধীন সকলো আবেদন জিলা দণ্ডাধীশৰ হাতত অৰ্পণ কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। নতুন নিয়ম অনুসৰি, জিলা দণ্ডাধীশসকলে যিকোনো আবেদনকাৰীৰ নথি-পত্ৰ পৰীক্ষা কৰি প্ৰয়োজনীয় তদন্ত কৰিব পাৰিব। আবেদনকাৰীয়ে যোগ্যতাৰ মাপকাঠী পূৰণ কৰিছেনে নাই সেই বিষয়েও জিলা আয়ুক্তই সিদ্ধান্ত ল’ব। যদি এই তথ্যত সন্তুষ্ট হয় তেন্তে তেওঁ আবেদনকাৰীক নাগৰিকত্ব প্ৰদান কৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndianCitizenship
Share4Tweet3Send

Related Posts

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

by News Desk
August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

by News Desk
August 20, 2026
50
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

by News Desk
August 20, 2026
50
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
53
ADVERTISEMENT
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
50
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ
National-International

Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

August 20, 2026
50
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d