ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

নিউজ ডেস্কঃ

News Desk by News Desk
October 3, 2026
Reading Time: 1 min read
A A
0
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

RELATED POSTS

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

New Logo Smal 2 | ASSAM TIMES POST

দেৰগাঁৱৰ কৰুনাটিং চাহ বাগিচা অফিচ লাইনত মানৱ সমাজক শিহৰিত কৰা এক জঘন্য ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এগৰাকী কিশোৰীৰ ওপৰত পাশৱিক কাণ্ড সংঘটিত কৰিছিল কৰুণাটিং চাহ বাগিচাৰ অফিচ লাইনৰ বাসিন্দা মহেশ্বৰ মাঝিয়ে (২৩) । ঘটনা সন্দৰ্ভত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে ক্ষিপ্ৰ অভিযান চলাই প’কছো আইনৰ অধীনত অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

dergaon | ASSAM TIMES POST
দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰাত সন্তোষ্ট নাথাকি আজি কৰুণাটিং চাহ বাগিচাৰ শতাধিক পুৰুষ মহিলাই দেৰগাঁও থানাৰ সন্মুখত কণমানিগৰাকীক ন্যায় প্ৰদান কৰি নিকৃষ্ট কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। দেৰগাঁও আৰক্ষীয়ে ভুক্তভোগী কণমানিগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাতহে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Dergaon
Share4Tweet3Send

Related Posts

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

by News Desk
October 3, 2026
50
Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
53
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
56
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

52
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

54
ADVERTISEMENT
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

October 3, 2026
50
FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী
National-International

FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

October 3, 2026
50
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

October 3, 2026
FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d