ASSAM TIMES POST
নিউজ ডেস্ক
দেশত বৃদ্ধি পাইছে কৰ’নাত আক্রান্ত লোকৰ সংখ্যা।আজি পুৱা প্ৰকাশ পোৱা তথ্য অনুসৰি এই পয্যন্ত দেশত কৰ’না ভাইৰাছত আক্রান্ত হৈছে ১৬৬জন।তাৰে ১৪৪জন দেশৰ বিপৰীতে ২৫জন বিদেশী লোক।
উল্লেখ যে বিশ্বতপ্ৰায় ডেৰ শতাধিক দেশলৈ বিয়পি পৰা ভয়ংকৰ কৰ’না ভাইৰাছত আক্রান্ত হৈ বৰ্তমান সময়লৈকে দেশত মৃত্যু হৈছে তিনিজন। গুৰুত্বপূৰ্ণ কথা এই যে দেশৰ ভিতৰত সৰ্বাধিক এই ৰোগত আক্রান্ত হৈছে মহাৰাষ্ট্ৰত।
বৰ্তমান সময়লৈকে অসমত কোনো ব্যক্তি দেহত ধৰা পৰা নাই কৰ’না ভাইৰাছৰ উপস্থিতি।











