ASSAM TIMES POST
নিউজ ডেস্ক
দেওবাৰে ভাৰতীয় সেনাই প্রকাশ কৰা মতে, জম্মু-কাশ্মীৰত বিগত ২৪ ঘণ্টাত ৯ সন্ত্ৰসবাদীক হত্যা কৰা হৈছে। অৱশ্যে এই অপাৰেচনত এগৰাকী ভাৰতীয় সেনাই প্ৰাণ আহুতি দিয়াৰ লগতে আন দুজন গুৰুত্বৰভাৱে আহত হোৱা বুলিও সেনা সূত্ৰত প্রকাশ।

© 2020 Assam Times Post. | Powered By Webx