ASSAM TIMES POST
নিউজ ডেস্ক
আজি ভাৰত চৰকাৰে স্পষ্ট কৰি দিয়ে যে যিসমূহ দেশ ক’ৰ’ণাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সেই দেশসমূহলৈ প্ৰেৰণ কৰা হব hydroxy chloroquine। এই ঘোষণা মোদী-ট্ৰামপৰ টেলিফণিক বাৰ্তালাপত আমেৰিকালৈ hydroxy chloroquine প্ৰেৰণৰ অনুৰোধৰ এদিন পিছতে কৰা হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা মতে, “আমি এইসমূহ অত্যাৱশ্যকীয় ঔষধ কিছুমান দেশ বিশেষকৈ যিসমূহ এই মহামাৰীৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহলৈও প্ৰেৰণ কৰিম।”










