ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতৰ ক’ৰ’ণা যুদ্ধলৈ সহায়ৰ হাত আগবঢ়াইছে চীনে। ভাৰতে যাতে অধিক দ্ৰুততাৰে ক’ৰ’ণা সংক্ৰমণ জাতীয় পৰীক্ষা কৰিব পাৰে তাৰ বাবে প্ৰেৰণ কৰিছে ৬৫০ হাজাৰটা মেডিকেল কিট।
ভাৰত চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে এয়াই শেষ নহয়, চীনে জনাইছে যে আগন্তুক ১৫ দিনৰ ভিতৰত আৰু ১০ লাখ PPE kit তেওঁলোকে ভাৰতলৈ পঠাব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কালি অসমে ব্যক্তিগতভাৱে চীনৰ পৰা আমদানি কৰিছিল ৫০ হাজাৰ PPE kit।










