ASSAM TIMES POST
নিউজ ডেস্ক:
সোমবাৰে সুৰাৰ বিপনী খোলাৰ পিছতে দিল্লীত মানুহৰ ভিৰ উপচি পৰে। আৰু সেই ভিৰ আৰু উৎসাহকেই কেনেদৰে চৰকাৰী উপার্জনলৈ পৰিণত কৰা যায় সেই কথা ভাবিবলৈ আৰম্ভ কৰে দিল্লী চৰকাৰে।
সেয়ে মাংলবাৰৰ পৰা দিল্লীত সুৰাৰ ওপৰত আৰোপ কৰাৰ চিন্তা বিশেষ কৰ। যাক কোৱা হৈছে ‘কৰোনা কৰ’।মাংলবাৰৰ পৰা মূল দামৰ ওপৰত ৭০ শতাংশ কৰ দিবলগা হৈছে এজন ক্রেতাই। ছপা মূল্যৰ ওপৰত ধার্য কৰা হ’ব এই বিশেষ কৰ।











