ASSAM TIMES POST
নিউজ ডেক্স
চলিত বছৰত দেশৰ ৰাজধানী দিল্লীত আজিৰ দিনটোত সৰ্বাধিক উষ্ণ হৈ পৰিল৷ বতৰ বিজ্ঞান বিভাগৰ মতে দিনৰ ২.৩০ বজাত পাৰাস্তম্ভ ৪৩.৭ ডিগ্ৰী চেলচিয়াচলৈ উঠে৷
আনহাতে বিয়লি ৫ বজাত পাৰাস্তম্ভ ৪৫ ডিগ্ৰী চেলচিয়াচ হয়গৈ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দেশৰ ৰাজধানীত অহা দিনকেইটাত উষ্ণতা বৃদ্ধি পাব৷ বতৰ বিজ্ঞান বিভাগৰ মতে আগন্তুক সময়ত বৰষুণ দি থকাৰ সম্ভাৱনা আছে৷











