ASSAM TIMES POST
নিউজ ডেক্স:
একালত আছিল ছুপাৰ ষ্টাৰ ড্ৰাইভাৰ আৰু এতিয়া পৰিচিত এগৰাকী যৌন তাৰকা হিচাপে৷ এইগৰাকী অষ্ট্ৰেলিয়ানৰ নাম হ’ল ৰেনে গাৰ্ছি৷ তেওঁ ভি এইট ছুপাৰকাৰ্ছ ড্ৰাইভাৰ হিচাপে অষ্ট্ৰেলিয়াৰ এসময়ৰ সৰ্বাধিক জনপ্ৰিয় আছিল৷ হাঁহিমুখীয়া এইগৰাকী তৰুণীয়ে প্ৰায় দুবছৰ ৰেছিং ট্ৰেক কঁপাইছিল৷
* ২০১৫ চনত অষ্ট্ৰেলিয়ান হিচাপে সম্পূৰ্ণ সময়ৰ মহিলা ছুপাৰকাৰ্ছ ৰেচাৰৰ মুকুট তেওঁৰ মুৰত স্থান পাইছিল৷
* ২০১৭ চনত লাহে লাহে নিজৰ পাৰদৰ্শিতা কমি আহে৷ ৰেচত ব্যৰ্থ হয়৷
* স্পনছৰৰ সমস্যাত পৰে৷
* লাহে লাহে তেওঁৰ পৰিচয় হেৰাই গ’ল ৷
* ইয়াৰ পাছত চিন্তা কৰি ‘ৱ’নলি ফেনছ’ নামৰ প্রাপ্তবয়স্কসকলৰ ছাইটত নিজৰ নগ্ন ছবি আৰু ভিডিঅ’ তেওঁ বিক্ৰী কৰে৷
* প্ৰথম সপ্তাহত তেওঁৰ আয় কৰে ভাৰতীয় মুদ্ৰাত ২ লাখ ২৬ হাজাৰ টকা৷
* বৰ্তমানে সপ্তাহত ৰেনেয়ে ১৮ লাখ ৮০ হাজাৰ টকা উপাৰ্জন কৰে বুলি কয়৷
* তেওঁৰ মতে, পাৰফৰ্ম বেয়া হোৱাৰ লগে লগে এটা সময়ত স্বপ্ন হেৰাই গৈছিল৷











