লংকাৰ পৰা মনোজ কুমাৰ পাঠক
পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাত পৰি অসুস্থ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম শিল্পী বিশ্বাস (৩০) । ঘৰ পাঁচ ভাণ্ডাৰ আমটিলাত । ততাতৈয়াকৈ মহিলাগৰাকীক নিয়া হয় লংকাৰ লংকেশ্বৰী হস্পিতাললৈ। মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাটৰ চিন। বৰ্তমান মহিলাগৰাকীক লংকেশ্বৰী হস্পিতালত চিকিত্সাধীন কৰি ৰখা হৈছে।











