লংকাৰ পৰা মনোজ কুমাৰ পাঠক
কৰোনা মহামাৰীৰ সময়ত লংকা ৰে’ল ষ্টেচনত বাস কৰা অনাহাৰে থকা লোকসকলক দিনৰ আহাৰ যোগান ধৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
লংকা উক্ত অনুষ্ঠানত উপস্থিত থাকি বিগত কেইদিনমান পূৰ্বে ধিংত অনুষ্ঠিত হোৱা জানাজাত গোট খোৱা হাজাৰ-হাজাৰ লোকৰ ঘটনাৰ সংক্ৰান্তত মন্তব্য প্ৰকাশ ৰাজেন গোঁহাই ডাঙৰীয়াৰ।
“প্ৰশাসনৰ নীতি নিদেৰ্শনাক বুঢ়া আঙুলী দেখুৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰি আৰু প্ৰশাসনে একো কৰিব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাই জানাজাত হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে বুলি মন্তব্য প্ৰাক্তন কেন্ত্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীৰ।










