![]()
নিউজ ডেস্ক:
অশোক গেহলৌটৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰাত দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট। তেওঁক ৰাজস্থানৰ উপ-মুখ্যমন্ত্রীৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে। ইয়াৰ উপৰি তেওঁক ৰাজস্থান প্রদেশ কংগ্রেছ কমিটিৰ সভাপতিৰ পদৰ পৰাও অব্যাহতি দিয়া হৈছে বুলি জনাইছে দলৰ মুখপাত্র ৰণদীপ সিং সুৰজেৱালাই।










