
হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ লংকাৰ জোৰাপুখুৰীস্থিত ঘৰৰ সমীপত প্ৰায় পাঁচ শতাধীক বিজেপি কৰ্মী উপস্থিত।
বিধায়ক শিলাদিত্য দেৱে বিজেপিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত উঠাই লোৱাৰ দাৱী বিজেপি কৰ্মীসকলৰ।
শিলাদিত্য জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ।










