ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত চিকিৎসকৰ জঘণ্য কাণ্ড! মহিলা ৰোগীক ডিঙিৰ চিকিৎসা কৰিবলৈ গৈ স্পৰ্শ কৰিলে সংবেদনশীল স্থান

News Desk by News Desk
July 14, 2020
Reading Time: 1min read
0

RELATED POSTS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

ডিফু : যি সময়ত চিকিৎসক সকলক ভগৱান বুলি সেৱা কৰা হৈছে ঠিক তেনে সময়ত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এজন ইএনটি চিকিৎসকে এগৰাকী মহিলাক চিকিৎসা কৰিবলৈ গৈ মহিলাগৰাকীৰ শালীনতা নষ্ট কৰাৰ দৰে অভিযোগ উত্থাপিত হোৱাত ডিফুত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি চিকিৎসা কৰিবলৈ অহা মহিলা ২৪ বছৰীয়া মহিলা বেমাৰীক শালীনতা হানি কৰে চিকিৎসকজনে ৷
ডিফুৰ ‘অঞ্জলী মেডিকেল হল’ৰ প্ৰাইভেট চেম্বাৰত এই জগণ্য কাণ্ডৰ অভিযোগ উত্থাপন হৈছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ইএনটি বিভাগৰ চিকিৎসক এছ কে দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই লজ্জাজনক অভিযোগ ৷

ভুক্তভোগী ডিফু টিচাৰ্ছ ক’লনিৰ বিবাহিতা মহিলাই চিকিৎসকগৰাকীৰ ওচৰত দীৰ্ঘ দিনৰ ডিঙিৰ বেমাৰৰ চিকিৎসা কৰাই আছিল ৷ যোৱা ৭ জুলাইত প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে ‘অঞ্জলী মেডিকেল হল’ত চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসকগৰাকীয়ে মহিলাগৰাকীৰ সংবেদনশীল স্থানত স্পৰ্শ কৰি শালীনতা নষ্ট কৰিছিল বুলি অভিযোগ কৰে যদিও চিকিৎসাৰ বাবে চিকিৎসকে এনে কৰিছিল বুলি ভাবিছিল মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীক চিকিৎসকজনে ‘আল্ট্ৰা চাউণ্ড’ কৰিবলৈ পৰামৰ্শ দি পুনৰ আহিবলৈ কৈছিল ৷

সেই মৰ্মে আজি সন্ধিয়া পুনৰ মহিলাগৰাকী চিকিৎসকগৰাকীৰ ওচৰত যায় ৷ চিকিৎসকগৰাকীয়ে পুনৰ একে আচৰণ কৰি মহিলাগৰাকীক একেদৰে শালীনতা নষ্ষ্ট কৰে বুলি মহিলাগৰাকীয়ে জনায় ৷ চিকিৎসকগৰাকীয়ে চিকিৎসা কৰা সময়ত কোনো নাৰ্ছ নাছিল ৷ এই সন্দৰ্ভত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ১৩০/ ২০ নম্বৰত ভাঃদঃবিঃ আইনৰ ৩৫৪ ধাৰাত গোছৰ ৰুজো দি চিকিৎসকগৰাকীক জেৰা অব্যাহত ৰাখিছে৷

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share4Tweet3Send
News Desk

News Desk

Related Posts

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে
ALL NEWS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

by News Desk
January 27, 2021
50
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা
ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

by News Desk
January 27, 2021
76
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক
ALL NEWS

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

by News Desk
January 27, 2021
53
৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ
ALL NEWS

৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ

by News Desk
January 27, 2021
51
চি আৰ পি এফৰ ২৯ জোৱানসহ  দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ ৩৫জন
ALL NEWS

যোৱা ২৪ ঘন্টাত ভাৰতত ১২ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

by Staff Reporter
January 27, 2021
53
বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-
ALL NEWS

বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-

by Staff Reporter
January 27, 2021
53
covid-19 widget
510255
Total views : 1900361
Who's Online : 5
বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

January 27, 2021
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

January 27, 2021
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

January 27, 2021

Categories

ALL NEWS (10241) Assam (7256) BREAKING NEWS (3321) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1358) Health & Fitness (235) Jobs & Career (3) KARBI ANGLONG (1130) Lifestyle (19) literature (16) National-International (1853) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (154) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: