ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমি ১৫০খন দেশক সহায় কৰিছোঁ : প্রধানমন্ত্রী নৰেন্দ্র মোদী

ASSAM TIMES POST by ASSAM TIMES POST
July 18, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমি ১৫০খন দেশক সহায় কৰিছোঁ : প্রধানমন্ত্রী নৰেন্দ্র মোদী

logo new 2 8 | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

নিউজ ডেস্ক:

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুকুৰবাৰে ডিজিটেল মাধ্যমৰে ৰাষ্ট্ৰসংঘৰ বিত্তীয় আৰু সামাজিক পৰিষদৰ উচ্চ স্তৰীয় অধিবেশনত ভাষণ দিয়ে। ৰাষ্ট্রসংঘৰ সুৰক্ষা পৰিষদত ভাৰত অস্থায়ী সদস্য হোৱাৰ পিছত এইটোৱেই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথম ভাষণ আছিল।

তেওঁ নিজৰ ভাষণত ক’ৰোনা ভাইৰাছ মহামাৰী, প্রাকৃতিক দুর্যোগ, আত্মনির্ভৰ ভাৰত, আয়ুষ্মান ভাৰত যোজনা, চিঙ্গেল ইউজ প্লাষ্টিক নিষিদ্ধ, আর্থিক পেকেজ আৰু ছার্ক কোভিড ইমার্জেন্সি সহিতে বহু প্ৰসংগ দাঙি ধৰে।প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, কৰোনা মহামাৰীৰ বিৰুদ্ধে ভাৰতে ১৫০ৰ অধিক দেশছ চিকিৎসা আৰু অন্যান্য উপকৰণৰ মাধ্যমেৰে সাহায্য কৰিছে।

আমি সকলো দিশত সহায়ৰ হাত আগবঢ়াইছোঁ। তেওঁ কয়, ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজক আমি গণ আন্দোলন বনাইছোঁ। ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমাৰ স্বাস্থ্য প্রণালীয়ে সমগ্র বিশ্বকে এই সংক্রমণৰ পৰা উদ্ধাৰ কৰাৰ সকলোতকৈ ভাল মূল্য সুনিশ্চিত কৰাত সহায় কৰিছে।প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লগতে কয়, ভাৰত প্রতিটো দিশত আগুৱাই গৈছে।

দেশত মহিলাসকলক মজবুত কৰিবলৈ যথা সম্ভব চেষ্টা কৰা হৈছে। বিগত ৬ বছৰত প্ৰত্যক্ষ হিতাধিকাৰী আঁচনি অনুযায়ী ৪০ কোটি বেংক একাউন্টত টকা দি পোনপটীয়াকৈ মানুহৰ কাষলৈ সুবিধা প্ৰেৰণ কৰা হৈছে। তেওঁ কয়, আমাৰ এজেন্ডা ২০৩০ক লৈ দ্রুত গতিত কাম কৰা হৈছে। আমাৰ উদ্দেশ্য সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস।

ইয়াৰ লগে লগে আমি উন্নয়নশীল দেশসমূহকো সাহায্য কৰি গৈছোঁ।প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, চৰকাৰৰ তৰফৰ পৰা চলোৱা খাদ্য সুৰক্ষা যোজনাৰ মাধ্যমেৰে ৮০ কোটি মানুহ উপকৃত হৈছে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিবসত প্রধানমন্ত্রী আবাস যোজনাৰ মাধ্যমেৰে ২০২২ পর্যন্ত প্রতিজন নাগৰিকক মূৰৰ ওপৰত চালি দিয়াৰ পৰিকল্পনা তীব্ৰ গতিত আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, চৰকাৰে দুখীয়াসকলক ঘৰ বনাই দিছে। দুখীয়াৰ চিকিৎসাৰ বাবে আমি আয়ুষ্মান ভাৰত যোজনা আৰম্ভ কৰিছোঁ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT