![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৰোগী। আজি ৯৩৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৰাজ্যত বৰ্তমান ক’ৰোনা মুক্তৰ সংখ্যা বৃদ্ধি পালে মুঠ ১৮০৩৩ গৰাকীলৈ । টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে – ৬৯৯২ গৰাকী।











