
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকী টিলাবজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। অখিল গগৈৰ মুক্তি আৰু কা’ বাতিলৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কৃষক মুক্তিৰ দুই শতাধিক লোকে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। অখিল গগৈক মুক্তি নিদিলে জংগী আন্দোলনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ।










