ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যিখন বনভোজস্থলীয়ে বছৰৰ প্ৰত্যেকটো দিন পৰ্যটকক হাত বাউলি মাতে আজি নিজম নিস্তব্ধ

News Desk by News Desk
July 30, 2020
Reading Time: 1min read
0

RELATED POSTS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

এখন ঐতিহাসিক বনভোজস্থলী। যিখন বনভোজস্থলীয়ে বছৰৰ প্ৰত্যেকটো দিন পৰ্যটকক হাত বাউলি মাতে এতিয়া নিজম নিস্তব্ধ। কিয়নো মহামাৰী কৰণা ভাইৰাছৰ কাৰণে পৰ্যটক আহিব পৰা নাই উক্ত বনভোজস্থলীলৈ। হোজাই জিলাৰ ডবকাৰ এই বনভোজস্থলীখনৰ নাম হৈছে আকাশী গংগা।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যকটক আৰু ভক্তপ্ৰাণ লোকৰ এখন বিশেষ পৰিচিত ঠাই হৈছে আকাশীগংগা । ডবকা নগৰৰ পৰা মাত্ৰ কিছু কিলোমিটাৰ নিলগত থকা এই পৰ্যটনস্থলীলৈ নিতৌ সমাগম হয় শ শ পৰ্যকটকৰ। আকাশী গংগাৰ আছে নিজা অপৰূপ সুন্দৰ্য‍্য, পাহাৰৰ মাজেৰে বৈ অহা নিজৰাৰ শব্দই সকলোৰে মন মোহিত কৰি তোলে । কুলি কেতেকীৰ কু কু শব্দই যেন পাহাৰখনক যেন জীয়াই তোলে। পিছে সেই আকাশী গংগাতে আছে হিন্দু ধৰ্মাৱলম্বী লোকৰ ঐতিহাসিক শিৱ মন্দিৰ।

ৰাজ্যৰ বহু প্ৰান্তৰ পৰা লোক আহে এই শিৱ মন্দিৰলৈ, প্ৰবাদ আছে যে, এই শিৱ মন্দিৰত আহি প্রাৰ্থনা কৰিলে মনৰ কামনা পূৰণ হয়। সম্প্ৰতি ৰাজ্যত কৰণাৰ আতংক, কৰণা আতংকৰ মাজতে আৰম্ভ হৈছে বলবম, কিন্তু এইবাৰ বলবম হ’ব অলপ ব্যতিক্ৰম । শ শ ভক্ত এইবাৰ হ’ব নোৱাৰিব অনুপ্ৰাণিত। মধ্য অসমৰ হোজাই জিলাৰ আকাশীগংগা আৰু ৰেং বেং একমাত্ৰ বনভোজস্থলী। পিছে এইবাৰ এই ঠাই দুখন জনশূন্যত পৰিণত হৈছে।

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured
Share4Tweet3Send
News Desk

News Desk

Related Posts

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে
ALL NEWS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

by News Desk
January 27, 2021
50
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা
ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

by News Desk
January 27, 2021
76
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক
ALL NEWS

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

by News Desk
January 27, 2021
53
৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ
ALL NEWS

৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ

by News Desk
January 27, 2021
51
চি আৰ পি এফৰ ২৯ জোৱানসহ  দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ ৩৫জন
ALL NEWS

যোৱা ২৪ ঘন্টাত ভাৰতত ১২ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

by Staff Reporter
January 27, 2021
53
বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-
ALL NEWS

বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-

by Staff Reporter
January 27, 2021
53
covid-19 widget
510253
Total views : 1900346
Who's Online : 8
বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

January 27, 2021
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

January 27, 2021
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

January 27, 2021

Categories

ALL NEWS (10241) Assam (7256) BREAKING NEWS (3321) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1358) Health & Fitness (235) Jobs & Career (3) KARBI ANGLONG (1130) Lifestyle (19) literature (16) National-International (1853) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (154) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: