ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : হাওৰাঘাটত গ্ৰেপ্তাৰ তিনি জনক

ASSAM TIMES POST by ASSAM TIMES POST
August 1, 2020
Reading Time: 1min read
0
সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : হাওৰাঘাটত গ্ৰেপ্তাৰ তিনি জনক

RELATED POSTS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

কামৰুল খান:

বৰ্তমান সময়ত সামাজিক মাধ্যমৰ ভূমিকা অপৰিসীম। যিকোনো ঘটনা-পৰিঘটনা নিমিষতে ৰাইজৰ ওচৰ চপা আৰু তাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশৰ ততকালীন মাধ্যম হ’ল ছচিয়েল মিডিয়া বা সামাজিক মাধ্যম।

কিন্তু সামাজিক মাধ্যমসমূহৰ যেনেদৰে সুফল আছে তেনেদৰে কুফলো আছে। বিশেষকৈ এচাম ব্যৱহাৰ কৰিব নজনা আৰু উগ্ৰ ব্যৱহাৰকাৰীৰ বাবে বিভিন্ন সময়ত সামাজিক মাধ্যমসমূহ সমালোচনাৰ সন্মুখীন হৈ আহিছে আৰু ইয়াৰ লগে লগে বিভিন্নজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

বৰ্তমান সময়ত সামাজিক মাধ্যম বুলিলে আটাইতকৈ জনপ্ৰিয় আৰু দ্ৰুতভাৱে মানুহৰ ওচৰ চপা মাধ্যমটোৱে হৈছে ফেচবুক। এই ফেচবুকক এচামে নিজৰ সৃষ্টিশীল মানসিকতাৰ মঞ্চ হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে আন এচামে আকৌ ইয়াৰ জৰিয়তে সামাজিক বিষবাষ্প বিয়পোৱাতো ব্যৱহাৰ কৰি আছে। যাৰ ফলত কেতিয়াবা কেতিয়াবা ফেচবুকৰ সুফলৰ পৰিৱৰ্তে সমাজ তথা দেশৰ অনিষ্ট সাধনো হৈ আছে।

তেনে এক ঘটনাই অলপতে সংঘটিত হ’ল কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত। অঞ্চলটোত সংঘটিত এক হিংসাত্মক ঘটনাৰ প্ৰসংগক কেন্দ্ৰ কৰি একাংশ লোকে ছচিয়েল মিডিয়া যোগে জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অপচেষ্টাৰ লগতে সাতামপুৰুষীয়া ভাতৃত্বৰ এনাজৰীডাল ছিগাৰ বাবে উঠিপৰি লগা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

ঘটনা অনুসৰি হাওৰাঘাট থানা এলেকাৰ যমুনা কৰৈয়নি গাঁৱৰ যুৱক এজনক একে গাঁৱৰে যুৱতী এজনীক জোকোৱাৰ অভিযোগত গাঁৱৰে একাংশই মৰেল পুলিচৰ ভূমিকাত অৱতীৰ্ণ হৈ অকথ্য অত্যাচাৰ চলায়। কেৱল সিমানতে সীমাবদ্ধ নাথাকি বিচাৰৰ নামত যুৱকজনৰ চুলি কাটি ছচিয়েল মিডিয়াত আপলোড দিয়ে। লাজ-অপমানত বিধ্বস্ত হৈ যুৱকজনে পিছত আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰিবলগা হয় বুলি যুৱকজনৰ পৰিয়ালে অভিযোগ কৰে।

কেৱল সিমানেই নহয়, গাঁৱৰে একাংশই আত্মহত্যাৰ ঘটনা আৰক্ষীক খবৰ নিদিয়াকৈ যুৱকজনৰ মৃতদেহো মনে মনে পুতি থয়। পিছত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে এই বিষয়ে জানিব পাৰি দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো পুতি থোৱা স্থানৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে এই অভিযোগ সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিব পাৰি জিলা আৰক্ষী অধীক্ষকক একাংশই সমাজত সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱাৰ অপচেষ্টাৰ অভিযোগ তোলে আৰু ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে আহ্বান জনায়।
ইয়াৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।

এই সন্দৰ্ভত হাওৰাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৪২/৩২৬/৩০৬/৩৪ ধাৰাত ৪০/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তিনিওজনকে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে হাওৰাঘাটৰ যমুনা কৰৈয়নিৰ ,কৃষ্ণ বৰা, ৰুমন লস্কৰ আৰু ৰতন খাকলাৰী বুলি জানিব পৰা গৈছে।

এতিয়া কথাটো হ’ল, বিভিন্ন জাতি-জনজাতি-জনগেষ্ঠী, ভাষা-সম্প্ৰদায়-ধৰ্মৰ অপূৰ্ব মিলনভূমি কাৰ্বি আংলং জিলাত ভাতৃত্ববোধ আৰু মিলাপ্ৰীতি তাহানিৰে পৰা এক নিদৰ্শন হিচাপে পৰিগণিত হৈ আহিছে আৰু বৰ্তমানেও চলি আছে। কিন্তু তাৰ মাজতে এচাম সমাজৰ বিভেদকামী শক্তিয়ে জিলাখনৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজত কেৰোণ লগাই ভাতৃ সংঘাতৰ সৃষ্টি কৰাৰ অপচেষ্টাত লিপ্ত হৈ আহিছে।

সেয়েহে সময় থাকোতেই সচেতন ৰাইজে এই ক্ষেত্ৰত সজাগ-সচেতন হোৱাৰ লগতে এনে বিপথগামী শক্তিক প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে। লগতে ভৱিষ্যতে যাতে জিলাখনৰ ক’তো এনেধৰণৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও আহ্বান জনায়। আনহাতে, ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী বিশেষকৈ যুৱ প্ৰজন্মক ইয়াৰ ধনাত্মক দিশসমূহতহে অধিক মনোনিবেশ কৰিবলৈ সচেতন সমাজে আহ্বান জনায়।

ইফালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও সামাজিক মাধ্যমত এনে অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থকাৰ বাবে সকলোকে আহ্বান জনায়। আনহাতে, জিলা আৰক্ষী অধীক্ষকগৰাকীয়েও এই সন্দৰ্ভত ছচিয়েল মিডিয়াত ভৱিষ্যতে কু-মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আৰু আইন হাতত তুলি নল’বলৈ সকলোকে আহ্বান জনাইছে।

Like this:

Like Loading...

Related

Tags: Featured
Share4Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে
ALL NEWS

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

by News Desk
January 27, 2021
50
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা
ALL NEWS

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

by News Desk
January 27, 2021
79
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক
ALL NEWS

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

by News Desk
January 27, 2021
53
৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ
ALL NEWS

৪টাকৈ পুৰস্কাৰ অমৰ শৰ্মাৰ ‘দ্যা ট্ৰেপিজিয়ম’লৈ

by News Desk
January 27, 2021
51
চি আৰ পি এফৰ ২৯ জোৱানসহ  দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ ৩৫জন
ALL NEWS

যোৱা ২৪ ঘন্টাত ভাৰতত ১২ হাজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত

by Staff Reporter
January 27, 2021
53
বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-
ALL NEWS

বিজেপিৰ ন-ন ৰণকৌশলঃ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব দৃশ্য-শ্ৰব্য বাহন-

by Staff Reporter
January 27, 2021
53
covid-19 widget
510295
Total views : 1900684
Who's Online : 5
বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

বাগানৰ মাটিত অবৈধভাৱে ঘৰ সঁজাক লৈ তীব্ৰ উত্তেজনা : ঘৰ উচ্ছেদ কৰিলে বাগানৰ লোকে

January 27, 2021
গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

গড়কাপ্তানি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা সভা

January 27, 2021
কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰ মুক্তপণৰ সময়সীমা বান্ধি দিলে আলফা(স্বা), পঢ়ি জানি লওঁক

January 27, 2021

Categories

ALL NEWS (10241) Assam (7256) BREAKING NEWS (3321) Business (14) Economy (28) Editorial (7) EDUCATION-TECHNOLOGY (21) Entertainment (329) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (11) Features (20) Guwahati (1358) Health & Fitness (235) Jobs & Career (3) KARBI ANGLONG (1130) Lifestyle (19) literature (16) National-International (1853) NORTH-EAST (347) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (154) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: