
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকীত কোভিড-১৯ত আক্ৰান্ত হৈছে সাংবাদকৰ্মী। সাংবাদকৰ্মী মনজ্যোতি মুদৈৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ৷
উল্লেখ্য যে যোৱা নিশাৰ পৰা জ্বৰ আৰু কাহত ভুগি থকা মনজ্যোতি মুদৈয়ে আজি নিজে আহি কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্বোৱাব পৰীক্ষা কৰায়। পৰীক্ষাৰ ৰিপোৰ্টত সাংবাদিকগৰাকী কোভিড-১৯ পজিটিভ বুলি ধৰা পৰে ৷










