নিউজ ডেক্স:
শ্ৰীনগৰত সেনাৰ গুলীত নিহত ২সন্ত্ৰাসবাদী।ৰামবাগ অঞ্চলত সুৰক্ষাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে এই দুই সন্ত্ৰাসবাদী ।
চোৰাংচোৱা সংস্থাই সদৰি কৰা অনুসৰি আৰক্ষী আৰু চি আৰ পি এফে পুৱাৰে পৰা সন্ত্ৰাসবাদীৰ সন্ধানত এই অভিযান আৰম্ভ কৰিছিল।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx