ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি

পদ্মশ্ৰী ৰংবং তেৰাঙে উন্মোচন কৰিলে বিদ্যাছিং ৰংপিৰ ‘লামজিৰ চিকিপ ইছি’, ‘প্ৰতিক্ষা’

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ মাহেকীয়া আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে ডিফুৰ লৰুলাংছ’ৰ ৰাংছিনা ছাৰপ’ কালচাৰেল হলত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কাৰ্বি আংলঙৰ বিশিষ্ট সাহিত্যকাণ্ডাৰী সকলৰ উপস্থিতিত গৌৰৱৰে চতুৰ্থ বৰ্ষ গৰকা মাহেকীয়া আলোচনী ‘মানিম’ৰ লগতে জিলাখনৰ বিশিষ্ট কবি, সাহিত্যিক আৰু লেখক বিদ্যাছিং ৰংপিৰ পুথি ‘লামজিৰ চিকিপ ইছি’ আৰু ‘প্ৰতিক্ষা’ৰ শুভ উন্মোচন কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে৷ উক্ত কাৰ্যসূচীৰ সাক্ষী হৈ ৰয় জিলাখনৰ সাহিত্য-সংস্কৃতিৰ সাধক তথা কাণ্ডাৰীসকল ক্ৰমে চন্দ্ৰছিং ক্ৰ’, লুণছে তিমুঙ, পৱিত্ৰ বৰা, জয়ছিং টকবী, উদ্ধৱ মহন্ত, কাছাং বে’পী আৰু আন কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি৷

উক্ত অনুষ্ঠানতে ২০১৯ বৰ্ষৰ বাবে বঁটা প্ৰদন কৰা হয় ডিফু লাংছ’লিয়েটৰ উদীয়মান লেখক বীৰেণ হাঞ্চেক৷ ইয়াৰোপৰি ‘মানিম’ আলোচনীৰ সাহিত্য প্ৰতিযোগিতাত বিজয়ী সকলকো বঁটা আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয়৷ এই বঁটা প্ৰতি দুবছৰৰ মূৰে-মূৰে প্ৰদান কৰা হয়৷ পুথিসমূহ উন্মোচন কৰি দিয়া ভাষণত পদ্মশ্ৰী ৰংবং তেৰাঙে ‘মানিম’ আলোচনীৰ জৰিয়তে কাৰ্বি ভাষা- সংস্কৃতিক জীয়াই ৰাখিবলৈ গঠন কৰা কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ এনে প্ৰয়াস প্ৰশংসনীয় বুলি কয়৷ লেখক বিদ্যাছিং ৰংপিৰ লেখনিত বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হোৱা বিভাজনৰ কথা সুন্দৰকৈ প্ৰকাশ পাইছে বুলি কয়৷ এগৰাকী প্ৰৱন্ধকাৰৰ প্ৰৱন্ধ চিন্তাশীলৰ ‘চিন্তা’ বুলি ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

https://youtu.be/7uYLT61HOto

আনহাতে প্ৰাচীন আৰু বৰ্তমান কাৰ্বি সমাজৰ ভাষা-সংস্কৃতি আৰু চিন্তাধাৰাৰ উৎকৰ্ষ এই ‘মানিম’ আলোচনীৰ জৰিয়তেই প্ৰতিফলন ঘটিব বুলি আশা ব্যক্ত কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ ইপিনে বিশিষ্ট সাংবাদিক, লেখক পৱিত্ৰ বৰাই সাহিত্য-সংস্কৃতিক জাতিৰ মেৰুদণ্ড স্বৰূপ বুলি উল্লেখ কৰি কয় যে সাহিত্য-সংস্কৃতিৰ উত্তৰণ নহ’লে জাতিৰ উত্তৰণ অসম্ভৱ৷

কাৰ্বি আংলঙৰ নবীন-প্ৰবীণ লেখকসকলক তেওঁলোকৰ উৎকৃষ্ট লেখাৰ বাবে উদগনিমূলক বঁটা প্ৰদান কৰি উৎসাহিত কৰিবলৈ আহ্বান জনায় সাহিত্যিকগৰাকীয়ে৷ ইয়াৰোপৰি সাংবাদিকৰ আগত বিশিষ্ট সাংবাদিক আৰু লেখক ক্ৰমে, জয়ছিং টকবী আৰু বিদ্যাছিং ৰংপিয়ে কয় যে ‘মানিম’ আলোচনীয়ে একেৰাহে গৌৰৱোজ্জল চাৰিটা বৰ্ষ গৰকি জিলাখনত ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷

জিলাখনৰ সুপ্তহৈ থকা সাহিত্য প্ৰতিভা জাগ্ৰত কৰি ‘মানিম’ৰ জৰিয়তে সেই প্ৰতিভাবোৰৰ উৎকৰ্ষ সাধন কৰি সুধী সমাজৰ মাজত ইয়াৰ সৌৰভ বিলোৱাই ৰাইটাৰ্ছ ক্লাব আৰু ‘মানিম’ ৰ মূল লক্ষ্য৷ অনুষ্ঠানৰ মাজে-মাজে নবীন-প্ৰবীণ কবিসকলে কবিতা আবৃতিৰে উপস্থিত সুধীবৃন্দক আপ্লুত কৰে৷

Tags: Featured
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx