ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বীমাৰ টকা আত্মসাতৰ বাবে ১০০০ ফুট উচ্চতাৰ পৰা পেলাই দিলে অন্তঃসত্তা পত্নীক !

News Desk by News Desk
February 17, 2021
Reading Time: 1 min read
A A
0
বীমাৰ টকা আত্মসাতৰ বাবে ১০০০ ফুট উচ্চতাৰ পৰা পেলাই দিলে অন্তঃসত্তা পত্নীক !

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

নিউজ ডেস্কঃ

সাত মাহৰ অন্তঃসত্ত্বা পত্নীক ১০০০ ফুট উচ্চতাৰ পৰা গঁতিয়াই খাদত পেলাই দিলে পাষাণ স্বামীয়ে ! বীমাৰ টকা হস্তগত কৰাৰ বাবে পত্নীক হত্যাৰ ঘটনা প্রকাশ্যে অহাৰ লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাটো আচলতে ২০১৮ চনৰ। দক্ষিণ–পূব তুৰস্কৰ মুগলা চহৰৰ বাসিন্দা ৪০ বছৰীয়া হাকান আয়ছালে পত্নী ছামৰক লৈ তুৰস্কৰ বাটাৰফ্লাই ভেলীত ছুটি কটাবলৈ গৈছিল। তাত ১০০০ ফুট উচ্চতাত স্বামী–স্ত্রীয়ে একেলগে ছেলফি তোলে। ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। ইয়াৰ পিছতেই ঘটে মর্মান্তিক কাণ্ড। পত্নীক গঁতামাৰি পেলাই দিয়ে নিৰ্দয় স্বামীয়ে। মৃত্যু হয় ছামৰা। ইয়াৰ পিছতেই গ্রেপ্তাৰ কৰা হয় হাকানক।

turkey2 | ASSAM TIMES POST

গোচৰ চলি থকা সময়ত ওলাই পৰে ঘটনাৰ নেপথ্যৰ আঁৰৰ কাহিনী।

ঘটনাটোৰ কিছুদিন পূৰ্বে পত্নীৰ নামত ভাৰতীয় মুদ্রাত প্রায় ৪২ লাখ টকাৰ বীমা কৰাইছিল হাকানে। একমাত্র উত্তৰাধিকাৰী আছিল তেওঁ। বীমাৰ চর্ত অনুযায়ী পত্নীৰ দুর্ঘটনাত মৃত্যু হ’লে সম্পূৰ্ণ টকাখিনিয়েই আহিব হাকানৰ হাতলৈ। সেই টকা আত্মসাৎ কৰিবলৈয়েই পত্নীক হত্যাৰ পিছত দুর্ঘটনা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল হাকানে। অধিবক্তাৰ মতে, ঘটনাৰ দিনা তিনি ঘণ্টা তাত আছিল হাকান। সমগ্ৰ এলেকা জনশূন্য হওঁতেই পত্নীক গঁতিয়াই দিয়ে তেওঁ। ইয়াৰ পিছতে বীমাৰ টকাৰ বাবে আবেদন কৰিছিল হাকানে। কিন্তু সেয়া খাৰিজ হয়।

সম্প্ৰতি তুৰস্কৰ স্থানীয় আদালতে হাকানক কাৰাদণ্ড বিহিছে। ছামৰাৰ পৰিয়ালে দাবী কৰিছিল, তেওঁলোকৰ জীয়ৰীৰ নামত একাধিক ঋণো লৈছিল হাকানে।

Tags: Featured
Share4Tweet3Send

Related Posts

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

by Staff Reporter
July 21, 2026
50
Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
National-International

Indian vassel attack I  ইউক্ৰেইনৰ সমীপত মালবাহী জাহাজত আক্ৰমণত ৪ ভাৰতীয়ৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx