ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন দখলৰ পৰিকল্পনা সাংসদ নৱ শৰণীয়াৰঃ অক্টোবৰত নতুন ৰাজনৈতিক দল

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0
বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন দখলৰ পৰিকল্পনা সাংসদ নৱ শৰণীয়াৰঃ অক্টোবৰত নতুন ৰাজনৈতিক দল

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

বিশেষ প্ৰতিবেদনঃ সকলো অবড়ো ভোটাৰক একগোট কৰাৰ লক্ষ্য লৈছে সাংসদ নৱ শৰণীয়াই৷ এই লক্ষ্যৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এইবাৰ বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত কমেও ৩৫খন আসন দখল কৰাৰ পৰিকল্পনা লৈছে৷ ইয়াকে লৈ সাংসদ নৱ শৰণীয়াই ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে৷

মন কৰিব লগীয়া যে অবড়ো ভোটাৰৰ সমৰ্থনত নৱ শৰণীয়া দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে৷ সাংসদজনে বিটিএডিত বঞ্চিত জনজাতি আৰু বড়ো লোকসকলক সংঘবদ্ধ কৰাৰ এক পৰিকল্পনা হাতত লৈছে৷ তাৰ যোগেদি বিপিএফৰ বিৰুদ্ধে যুঁজ কৰাৰ চিন্তাৰে আগন্তুক বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত অবতীৰ্ণ কৰাব প্ৰাৰ্থী৷

উল্লেখযোগ্য যে বড়ো উগ্ৰবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ বাবে বিটিএডিত জনজাতি আৰু বহু বড়ো লোক বঞ্চিত হৈ আছে৷ সাংসদ নৱ শৰণীয়াই উল্লেখ কৰা মতে জম্মু আৰু কাশ্মীৰৰ বিভাজনৰ পাছত বিটিএডিত বাঘে-চাগে একগোট হৈছে৷ মন কৰিব লগীয়া যে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিএডিক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিল৷

WhatsApp Image 2019 04 10 at 6.19.09 PM | ASSAM TIMES POST

ইপিনে, বিটিএডিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে পৃথক বড়োলেণ্ড নালাগে বুলি কৈ আছে৷ স্মতৰ্ৱ্য যে যোৱা ৫ আগষ্টৰ সিদ্ধান্তৰ পাছত দিল্লীলৈ সকলো বিপিএফৰ বিধায়কক তলব কৰিছিল৷ তেতিয়া বিটিএডিক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ৰূপ দিবৰ বাবে এই বিধায়কসকলৰ যোগে হেঁচা দিবলৈ চেষ্টা কৰিছিল৷ বিপিএফ ক্ষমতাত থাকিলে অসমক বিভাজন কৰিবই৷

সেয়ে আসন্ন পৰিষদীয় নিৰ্বাচনত বিপিএফক ক্ষমতাৰ পৰা অপসাৰিত কৰিব বুলি সাংসদ নৱ শৰণীয়াই উল্লেখ কৰে৷ উল্লেখযোগ্য যে বিটিএডিত ৪০ খন পৰিষদীয় আসন আছে৷ তাৰে ভিতৰত ৩৫ খন আসন দখল কৰাৰ পৰিকল্পনা কৰিছে সাংসদজনে৷ এই লক্ষ্য আগত লৈ সাংসদজনে চলিত ছেপ্টেম্বৰ মাহত বিটিএডি সেনা গঠন কৰিব৷

এই বিটিএডি সেনা হ’ল সুৰক্ষা বাহিনী৷ ইয়াৰ পাছতে অহা অক্টোবৰ মাহত এটা ৰাজনৈতিক দল গঠন কৰিব৷ এই ৰাজনৈতিক দলটোত বিটিএডিৰ শোষিত, নিষ্পেষিত, নিৰ্যাতিত আৰু হত্যাৰ বলি হোৱা লোকসকলে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাব৷ ইতিমধ্যে বিটিএডিত সকলোবোৰ বড়ো দল-সংগঠন একত্ৰিত হৈছে বুলি প্ৰকাশ কৰিছে সাংসদ নৱ শৰণীয়াই৷

Tags: Featured
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx