![]()
নিউজ ডেস্কঃ
২১ জুনৰ পৰা ১৮ ঊর্ধ্বসকলৰ বাবে ৰাজ্যবোৰক বিনামূল্যে টীকা দিব কেন্দ্রই। ৰাজ্যবোৰক টীকা কিনি দিব কেন্দ্রই। বেচৰকাৰী হিস্পিটেলবোৰে প্ৰতিটো টীকা ১৫০ টকাকৈ ক্ৰয় কৰিব পাৰিব। এই ঘোষণা কৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

© 2020 Assam Times Post. | Powered By Webx