ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মধ্যপ্রদেশত কুঁৱাত পৰা ঘটনা : ১১জনৰ মৃতদেহ উদ্ধাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

News Desk by News Desk
July 17, 2021
Reading Time: 1 min read
A A
0
মধ্যপ্রদেশত কুঁৱাত পৰা ঘটনা : ১১জনৰ মৃতদেহ উদ্ধাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

নিউজ ডেস্কঃ

মধ্যপ্রদেশৰ বিদিশাত কুঁৱাত পৰি যোৱা গাঁৱৰ লোক কেইজনৰ ভিতৰত এতিয়ালৈকে ১১ জনৰ মৃতদেহ উদ্ধাৰ হৈছে। এই পৰ্যন্ত ২৩ জনক উদ্ধাৰ কৰা সম্ভৱ হৈছে। তেওঁলোকৰ ভিতৰত ১৩ জনক হস্পিটেলত ভর্তি কৰোৱা হৈছে। ৪০ ফুট গভীৰ কুঁৱাত পৰি যোৱা যিগৰাকী ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ কৰিবলৈ গাঁওবাসীয়ে কুঁৱাত জাঁপ দিছিল সেই কিশোৰটিৰ মৃতদেহো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে এই ঘটনাত শোক প্ৰকাশ কৰি টুইটত লিখে, ‘২৪ ঘণ্টা পিছত উদ্ধাৰ কাৰ্য বন্ধ হৈছে। কিন্তু আমি দুর্ঘটনাস্থলী ঘেৰি ৰাখি আৰু দুদিন অনুসন্ধান চলাম।’ মৃতকৰ পৰিয়ালক ৫ লক্ষ টকাকৈ আৰু আহতসকলৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে শিৱৰাজে। আহতসকলৰ চিকিৎসা বিনামূল্যে কৰাৰো নির্দেশ দিয়ে তেওঁ।

এই ঘটনাত দুখ প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও। কেন্দ্রৰ তৰফৰ পৰাও মৃতকৰ পৰিয়ালক ২ লক্ষ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

by News Desk
July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

by News Desk
July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

by News Desk
July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

by News Desk
July 7, 2026
50
PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত
National-International

PM Modi : ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও চুক্তি স্বাক্ষৰিত

by News Desk
July 7, 2026
50
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT