ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চামগুৰিৰ আৰক্ষীৰ এনকাউণ্টাৰ ! নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ

News Desk by News Desk
August 8, 2021
Reading Time: 1 min read
A A
0
চামগুৰিৰ আৰক্ষীৰ এনকাউণ্টাৰ ! নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ

RELATED POSTS

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

New Logo Very Smal | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত কুটায়িনী গেৰুৱামুখত শনিবাৰে নিশা আৰক্ষী আৰু ড্ৰাগছ পেডেলাৰৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত আৰক্ষীৰ গুলিত এজন কুখ্যাত ড্ৰাগছ পেডলাৰ তথা গভাইত চোৰ নিহত হোৱাৰ লগতে আৰক্ষীৰ দুজনকৈ লোক গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছে। এই ঘটনাই গেৰুৱামুখ অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে ৷

প্ৰাপ্ত খবৰ মতে, খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত গুপ্তাৰ নেতৃত্বত নিশা প্ৰায় ১২-১০ বজাত গেৰুৱামুখত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত খাইৰুল ইছলামৰ লগত আন ৩ জন সহযোগীও আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আৰক্ষীৰ অভিযানৰ উমান পাই কুখ্যাত ড্ৰাগছ পেডেলাৰ খাইৰুলে খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত গুপ্তাক খুকুৰীৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা খাইৰুলক অভিযানত যোৱা আৰক্ষীৰ অস্থায়ী গাড়ী চালক উৎপল বৰুৱা নামৰ যুৱকজনে গবা মাৰি ধৰাত আহত হ’বলগীয়া হয় ৷

প্ৰতিৰক্ষাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গুলি চলোৱাত খাইৰুল থিতাতে নিহত হয় আৰু আন তিনি সহযোগী পলায়ন কৰে বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আৰক্ষী বিষয়াজনে গুলি চলোৱাত গাড়ী চালক বৰুৱা আহত হ’বলগীয়া হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। চোকা অস্ত্ৰৰ আক্ৰমণত হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত গুপ্তাৰ লগতে ভৰিত আঘাত পোৱা গাড়ী চালকজনক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আনহাতে আৰক্ষীৰ গুলিত থিতাতে নিহত হোৱা খাইৰুল ইছলামৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যোৱা নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত খাইৰুলৰ পৰিয়াল আৰু স্থানীয় শতাধিক লোকে খাটোৱাল আৰক্ষী থানাত উপস্থিত হৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আৰক্ষী থানাখনত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।উল্লেখ্য যে পূৰ্বতে আনছক্ৰিমৰ ব্যৱসায়ৰ লগত জড়িত খাইৰুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোত ছাগলী চোৰকে ধৰি বিভিন্ন ধৰণৰ চুৰি কাৰ্যৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷

আনহাতে আৰক্ষীৰ গুলিত নিহত হোৱা লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ হাতত মৃতদেহটো চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহন কৰে যদিও পৰিয়ালৰ লোকে বাতৰি লিখাৰ সময়লৈকে মৃতদেহটো চমজি লোৱা নাই বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share4Tweet3Send

Related Posts

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
50
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

by News Desk
September 2, 2026
56
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
Assam

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

by News Desk
September 2, 2026
57
JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED
Assam

JONAI FAMILY TRAGEDY : THREE KILLED, MINOR GIRL CRITICALLY INJURED

by News Desk
September 2, 2026
61
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
67
ADVERTISEMENT
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
50
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
50
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
58
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d