ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহৰমৰ তাজিয়াক লৈ আজিও উতপ্ত ডিব্ৰুগড়,গ্ৰেপ্তাৰ ২

ASSAM TIMES POST by ASSAM TIMES POST
September 12, 2019
Reading Time: 1 min read
A A
0
মহৰমৰ তাজিয়াক লৈ আজিও উতপ্ত ডিব্ৰুগড়,গ্ৰেপ্তাৰ ২

ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

বিভাস দুৱৰা,ডিব্ৰুগড়: মহৰমৰ তাজিয়াক কেন্দ্ৰ কৰি আজিও ডিব্ৰুগড় উতপ্ত হৈ আছে।যোৱা ১০ চেপ্তেম্বৰত ডিব্ৰুগড়ত মহৰমৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকে এক বিশাল তাজিয়া প্ৰৰ্দশন কৰি চহৰখনৰ ৰাজপথত এক তাণ্ডৱ আৰু উদ্ভণ্ডালিৰ সৃষ্টি কৰি সকলো আইন শৃংখলা উলংঘাৰে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি ভালেকেইখন ব্যক্তিগত বাহনৰ বিস্তৰ ক্ষতিসাধন কৰিছিল।

IMG 20190912 WA0032 | ASSAM TIMES POST

তাজিয়াত অংশগ্ৰহকাৰী সকল ইমানেই উদ্মাদ হৈ পৰিছিল যে তেওঁলোকৰ হাতত থকা চোকা অস্ত্ৰই আঘাট কৰিছিল পথাচাৰীক।সিমানতে ক্ষান্ত নাথাকি পথৰ দাঁতিত ৰখাই থকা দুখনকৈ বিলাসী বাহনৰ লগতে আন কেইবাখনো লঘু বাহন উদ্দেশ্যপ্ৰনোদিত ভাবেই তাজিয়া খেলুৱৈয়ে ভাঙি পেলায়।

IMG 20190912 WA0033 | ASSAM TIMES POST

এই সকলো আৰক্ষী বাহিনীৰ সন্মুখতে সংঘটিত হয় যদিও আৰক্ষীয়ে নিৰ্বাক দৃষ্টিৰে চাই থাকে। তাজিয়াৰ বাবে চহৰখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিছিল জিলা প্ৰশাসনে কেৱল তাজিয়া খেলৰ বাবেই।

IMG 20190912 WA0031 | ASSAM TIMES POST

সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত যোৱা নিশা আৰক্ষী প্ৰশাসনে তাজিয়াত ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱ চলাই গাড়ী মটৰৰ ক্ষতি সাধন কৰাৰ অভিযোগত ডিব্ৰুগড় ফুলকান হুচেইন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।

IMG 20190912 WA0030 | ASSAM TIMES POST

চি চি টিভি আৰু অভিযোগকাৰীৰ মবাইলৰ বিভিন্ন ভিডিঅ’ ফুটেজ তন্ন তন্নকৈ পৰীক্ষা কৰি অৱশেষত ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত গোপনে অভিযান চলাই চহৰখনৰ মিৰ্জাবাগৰ পৰা ফুলকান হুছেইন নামৰ যুৱক জনক জনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ৰাইজে কিছু স্বস্তিৰ নি:স্বাস পেলায়।

IMG 20190912 WA0037 | ASSAM TIMES POST

মহৰমৰ তাজিয়াত ডিব্ৰুগড়ত হোৱা উদ্ভণ্ডালীৰ অভিযোগত পুনৰ আজি আজাদ খান নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।তদন্ত অব্যাহত ৰখাৰ সময়তে আজাদ খান নামৰ এজনক চহৰখনৰ পাঁচ আলিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ চহৰখন উতপ্ত হৈ পৰে।

ডিব্ৰুগড়ৰ ঈদগাহ সমিতিৰ সভাপতি, মাজাৰ কমিটিৰ সম্পাদক আৰু ডিব্ৰুগড় ড্ৰাইমণ্ড স্পৰ্টিং ক্লাবৰ সভাপতি জাভেদ আখতাৰ খানক বুধবাৰে নিশা সদৰ থানাত আটক কৰি ৰখাত উত্তেজিত হৈ পৰে স্থানীয় লোক আৰু একাংশ ব্যৱসায়ী।

তাজিয়া কমিটিৰ সতে কোনোমতেই জৰিত নহয় বুলি খানে দাবী কৰি কয় যে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ বাবেই ষড়যন্ত্ৰ মূলকভাবে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিনী সুন্দৰমে এক সংবাদ মেল যোগে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধী আইনৰ 120B 143/144/149/188/431/427/34 ধাৰাত 1523/19 নং গোচৰ পঞ্জীয়ন কৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে।আৰক্ষীয়ে এই ঘটনাত জড়িত আন আন সকলকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হব বুলি জানিবলৈ দিয়ে।

IMG 20190912 WA0037 | ASSAM TIMES POST

ইফালে আজাদ খানক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেঁওৰ সৰ্মথনত শতাধিক লোকে বিনাচৰ্তে মুকলি কৰি দিবলৈ সদৰ আৰক্ষীৰ সন্মুখত ব্যাপক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।

খানৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি পুৱা চহৰৰ ব্যৱসায়িক প্ৰতিস্থান বন্ধ কৰাৰ নিৰ্দেশ দিয়াক লৈ দুটা ফৈদৰ মাজত তকাৰ্তকিৰ সুত্ৰপাত ঘটে।

সদৰ থানাৰ পৰা পোনে পোনে জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।পিছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুই অভিযুক্ত জাভেদ আখতাৰ খান আৰু ফুলকান হুচেইনক জামিনত মুক্তি দিয়ে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx