ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মোদী বিৰোধী ঐক্য : ছোনিয়াৰ আহ্বানত বৈঠকত মমতাসহ ১৯ বিৰোধী দলৰ নেতা

News Desk by News Desk
August 20, 2021
Reading Time: 1 min read
A A
0
মোদী বিৰোধী ঐক্য : ছোনিয়াৰ আহ্বানত বৈঠকত মমতাসহ ১৯ বিৰোধী দলৰ নেতা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

নিউজ ডেস্কঃ

ছোনিয়াই গান্ধীয়ে আহ্বান জনোৱা বৈঠকত শুকুৰবাৰে অংশগ্ৰহণ কৰে ১৯টা বিৰোধী দলে। ভার্চুৱেল বৈঠকত উপস্থিত থাকে তৃণমূলৰ মমতা বেনার্জী, এনচিপিৰ শাৰদ পাৱাৰ, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে, ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত সোৰেন, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, ফাৰুক আব্দুল্লাৰ দৰে বিৰোধী দলৰ নেতাসকল। বৈঠকত আছিল কংগ্রেছ, তৃণমূল, এনচিপি, ডিএমকে, শিৱসেনা, জেএমএম, চিপিআই, চিপিএম, নেচনেল কনফাৰেন্স, আৰজেডি, এআইইউডিএফ, ভিচিকে, লোকতান্ত্রিক জনতা দল, জেডিএছ, আৰএলডি, আৰএছপি, কেৰালা কংগ্রেছ মানি, পিডিপি, আইইউএমএল।

অৱশ্যে এই বৈঠকত নাথাকে সমাজবাদী পার্টিৰ কোনো প্রতিনিধি। কিন্তু কিয় উপস্থিত নাথাকে তাৰ কাৰণ এতিয়াও জনোৱা নাই।
মোদী চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈয়েই বিৰোধী দলৰ এই বৈঠক। ভার্চুৱেল বৈঠকত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি কি হ’ব তাক লৈ আলোচনা হয়। লগতে বৰ্ষাকালীন অধিবেশনত কেন্দ্রৰ অবিৰত বিল গ্ৰহণ, বীমা বিল গ্ৰহণক লৈ ৰাজ্যসভাত কেন্দ্রৰ আচৰণ সন্দৰ্ভতো আলোচনা হয় এই বৈঠকত। লগতে কৃষকসকলৰ বিক্ষোভ, পেগাছাছ প্ৰসংগ, দেশৰ অর্থনীতি, কৰোনাৰ টীকাকৰণক লৈও এই বৈঠকত আলোচনা হয়। স্বাভাবিকভাবে এইটো স্পষ্ট যে এই বিষয়বোৰক লৈয়ে আগন্তুক দিনত কেন্দ্রৰ বিৰোধিতাত ৰাজপথত নামিবলৈ আগবাঢ়িছে বিৰোধী দলবোৰ। লগতে বিৰোধীৰ সৈতে এই বৈঠকতে আগন্তুক নিৰ্বাচনত জোঁটবন্ধন সন্দৰ্ভতো প্ৰস্তাৱ ৰাখে ছোনিয়া গান্ধীয়ে।

8:14:20 PM

Tags: Featured
Share4Tweet3Send

Related Posts

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT