ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জন্মদিনৰ পাৰ্টিত সহকৰ্মীক ধৰ্ষণৰ অভিযোগ এইমছৰ চিকিৎসকৰ বিৰুদ্ধে:

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2021
Reading Time: 1 min read
A A
0
জন্মদিনৰ পাৰ্টিত সহকৰ্মীক ধৰ্ষণৰ অভিযোগ এইমছৰ চিকিৎসকৰ বিৰুদ্ধে:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেক্স:

সহকর্মীক ধর্ষণ কৰি পলাতক দিল্লী এইমছৰ চিকিৎসক। তেওঁৰ সন্ধানত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী অভিযান।

দিল্লী আৰক্ষীৰ ডেপুটি কমিছনাৰ (দক্ষিণ) বেনিতা মেৰি জায়কৰে জনোৱা মতে, নির্যাতিতা চিকিৎসকগৰাকীয়ে যোৱা সোমবাৰে ধর্ষণৰ অভিযোগ দাখিল কৰে। তেওঁ কয়, ‘‘যোৱা ২৬ ছেপ্টেম্বৰত তেওঁলোক সকলোৱে এগৰাকী সহকর্মীৰ জন্মদিন উদ‌্‌যাপন কৰিছিল।

সেই সময়তে নির্যাতিতাতকৈ বয়সত ডাঙৰ এগৰাকী চিকিৎসক সহকর্মীয়ে তেওঁক ধর্ষণ কৰে।’’ তাৰ পিছৰ পৰাই অভিযুক্ত চিকিৎসকজনৰ সন্ধান পোৱা হোৱা নাই।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাজধানীৰ হাউজখাচ থানাত ধর্ষণৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত চিকিৎসকজন বৰ্তমান পলাতক। ১৬৪ ধাৰাত নির্যাতিতাৰ গোপন জবানবন্দী লৈছে আৰক্ষীয়ে।

দিল্লী আৰক্ষীৰ সূত্রৰ খবৰ মতে, অভিযুক্তৰ সন্ধান লাভৰ বাবে মোবাইল ফোনৰ নেটৱর্ক ট্র্যাক কৰা হৈছে। সোনকালে অভিযুক্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিব পৰা যাব বুলিও আৰক্ষীয়ে আশা কৰিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
ADVERTISEMENT
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT