ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্ব-নিয়োজন, কৃষিঃ থাইলেণ্ডৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কাৰ্বি, ডিমা হাচাও স্বায়ত্ত পৰিষদৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 20, 2019
Reading Time: 1 min read
A A
0
স্ব-নিয়োজন, কৃষিঃ থাইলেণ্ডৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কাৰ্বি, ডিমা হাচাও স্বায়ত্ত পৰিষদৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

বিশেষ প্ৰতিবেদন

কামৰুল খান, ডিফুঃ কাৰ্বি আংলং আৰু ডিমা হাচাওৰ যুৱক-যুৱতীসকলৰ মাজত স্ব-নিয়োজনৰ লক্ষ্যকে প্ৰমুখ্য কৰি কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰখনত সহযোগিতা আৰু সম্পৰ্ক বিষয়ক এখন বুজাবুজিৰ চুক্তি (এমঅ’ইউ)ত শেহতীয়াকৈ স্বাক্ষৰ হয় কাৰ্বি আংলং, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ আৰু থাইলেণ্ডৰ পাথুম থানি প্ৰভিন্সৰ গৰ্ভনৰৰ মাজত।

626a0da4 3af5 4757 858b 1b8d606ef04f | ASSAM TIMES POST

ইয়াৰ জৰিয়তে জিলা দুখনত ফল আৰু শাক-পাচলিৰ জলবায়ু স্থিতিস্থাপক কৃষি (Climate Resilient Agriculture), শস্য চপোৱাৰ পৰৱৰ্তী প্ৰযুক্তি (Post Harvest Technology) ব্যৱহাৰৰ গতি ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে।

1912e083 6f55 4143 a863 8a56b0714e27 | ASSAM TIMES POST

এই চুক্তিখন স্বাক্ষৰৰ সময়ত উপস্থিত থাকে পাথুম থানি প্ৰভিন্সৰ গৰ্ভনৰ ডঃ পিনজী বুনলাৰ্ট, ডেপুটি গৰ্ভনৰ চাঠিপ ৰুজানশ্ৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাং, স্বায়ত্তশাসিত জিলা সমষ্টিৰ সাংসদ হৰেণসিং বে’, উপাধ্যক্ষ ঋতেশ ইংতী তথা ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ ৯ জনকৈ কাৰ্যবাহী সদস্য আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্য উপস্থিত থাকে।

তদুপৰি এওঁলোকে থাইলেণ্ড চৰকাৰৰ সৈতে কৃষি আৰু উদ্যোগ বিষয়ত এক বিশেষ কাৰ্যক্ৰমটো ভাগ লয়।

Tags: FeaturedFeatured2karbi anglong
Share17Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

June 14, 2026
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

June 14, 2026
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx