![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশৰ লখিমপুৰত কৃষক হত্যাৰ ঘটনাত কেন্দ্রীয় মন্ত্রীৰ পুত্ৰ গ্রেপ্তাৰ হৈছে যদিও মন্ত্ৰী অজয় মিশ্রই এতিয়াও মন্ত্রিত্ব এৰা নাই। তেওঁক গ্রেপ্তাৰৰ দাবী জনাই সোমবাৰে ৰে’ল অৱৰোধ আন্দোলনত নামি কৃষকসকলে দেশৰ বিভিন্ন প্রান্তত কৰে ৰে’ল অৱৰোধ। ইয়াৰ ফলত প্ৰায় ১৬০খন ৰে’ল চলাচল বিঘ্নিত হয়।
সোমবাৰে পুৱা ১০টাৰ পৰা বিয়লি ৪টা পর্যন্ত এই ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে সংযুক্ত কিষাণ মর্চাই।










