![]()
নিউজ ডেস্কঃ
অৰণ্যৰ পৰা গাঁৱলৈ হাতী আহি নষ্ট কৰিছে ফচল। হাতীৰ পাল ৰুধিবলৈ বিভিন্ন ব্যৱস্থা লৈছে বন বিভাগে। কিন্তু তাতো কাম হোৱা নাই। সম্প্রতি এটি ভিডিও ভাইৰেল হৈছে। তাত দেখা গৈছে এটি হাতীয়ে লোৰ ৰেলিং বগাই পাৰ হোৱাৰ চেষ্টা কৰিছে। সেই কামত সফলো হৈছে হাতীতো। তামিলনাডুৰ পৰিবেশ, জলবায়ু পৰিবর্তন আৰু বন বিভাগৰ প্রধান সচিব সুপ্রিয় চাহুই টুইটাৰত এটি ভিডিও পোষ্ট কৰিছে। উক্ত পোষ্টৰে এই ভিডিওটো ৷
https://twitter.com/supriyasahuias/status/1460915376376586244










