ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ফ্ল’ৰাইড নিষ্কাষণ প্ৰকল্প উদ্বোধন সাংসদ হৰেণ সিং বে’ৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 25, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
ডিফুঃ জনসাধাৰণে বিশুদ্ধ আৰু সুৰক্ষিত খোৱা পানীৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যৰে মঙলবাৰে ডিফুস্থিত ভক্তি বিকাশ কেন্দ্ৰ (আৰ্ট অৱ লিভিং আশ্ৰম)ত এটা ফ্ল’ৰাইড নিষ্কাষণ প্ৰকল্প উদ্বোধন কৰে স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণ সিং বে’য়ে। ইয়াত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপী, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ৰবীন কুমাৰ দত্ত, আৰ্ট অৱ লিভিঙৰ গুৰুজী বিষ্ণু প্ৰসাদ আদি।

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

আৰ্ট অৱ লিভিঙে ৰূপায়ণ কৰা এই প্ৰকল্পটোত পুঁজি যোগান ধৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। এই প্ৰকল্পই জিলাখনৰ বাঘপানী, ডকমকা, ডবকা, লাংহিন, হাওৰাঘাট আৰু ডেনগাঁও আদিৰ দৰে ফ্ল’ৰাইড কৱলিত এলেকাৰ জনসাধাৰণক উপকৃত কৰিব। প্ৰকল্পটোৰ জৰিয়তে প্ৰথম পৰ্যায়ত ১৫০০ পৰিয়ালক সামৰি লোৱাৰ সমান্তৰালভাৱে ২ আৰু ৩য় পৰ্যায়ত ২৫০০ পৰিয়ালক সামৰি লোৱা হৈছে। উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত সাংসদজনে কয়, ‘আমি একবিংশ শতিকাৰ পৃথিৱীখনত বসবাস কৰা সত্বেও ফ্ল’ৰাইডযুক্ত পানী যে আমি সেৱন কৰি আহিছো তালৈ যেন ভ্ৰুক্ষেপ নকৰো।’

তেওঁ লগতে কয় যে ফ্ল’ৰাইডযুক্ত পানী সেৱনৰ ফলত মানৱ দেহত গুৰুতৰ প্ৰভাৱ পৰে। ইয়াৰবাবে দাঁত আৰু কংকালত ফ্লৰ’ছিছে বাঁহ লয়। যিয়ে নেকি হাঁড়, দাঁতত বিসংগতিৰ সৃষ্টি কৰাৰ লগতে থাইৰয়ড গ্ৰন্থিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বে’য়ে ‘ড্ৰিংক ছেফ ৱাটাৰ এণ্ড লিভ এ হেল্থী লাইফ’ বুলি কৈ তেওঁৰ ভাষণৰ সামৰণি মাৰে।

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

June 14, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

June 14, 2026
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

June 14, 2026
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx