ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত ভয়াৱহ পথ দুৰ্ঘটনা।
দুখন মটৰ চাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত দুজন নিহত আৰু এজন গুৰুতৰভাৱে আহত।
নিহতদ্বয় অশোক ভগত আৰু বিনোদ চৌহান বুলি চিনাক্ত।
আনহাতে গুৰুতৰ ভাৱে আহত খেৰণি বাগিচাডুবিৰ লক্ষ্মী চৌহানক উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ।
দুৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ হৈছে AS02-Y- 6234 আৰু AS-09F-6185.












