ষ্টাফ ৰিপ’ৰ্টাৰ:
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।উদণ্ড ছাত্ৰই লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।
সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।নিশা ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চিলৈ প্ৰেৰণ কৰা হৈছে।
উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।